Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar

Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar

May 27th, 11:30 am

PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.

PM Modi addresses the celebrations of 20 years of Gujarat Urban Growth story

PM Modi addresses the celebrations of 20 years of Gujarat Urban Growth story

May 27th, 11:09 am

PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.

140 crore Indians are united in building a Viksit Bharat: PM Modi in Dahod, Gujarat

140 crore Indians are united in building a Viksit Bharat: PM Modi in Dahod, Gujarat

May 26th, 11:45 am

PM Modi launched multiple development projects in Dahod, Gujarat. “140 crore Indians are united in building a Viksit Bharat”, exclaimed PM Modi, emphasising the importance of manufacturing essential goods within India. The PM highlighted that Gujarat has made remarkable progress across multiple sectors. He acknowledged the overwhelming presence of women who gathered to honor the armed forces.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ দাহোদত ২৪,০০০কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা

May 26th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত ২৪,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সমাৱেশত সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে ২৬মে'ৰ বিশেষ গুৰুত্ব আছে কিয়নো ই ২০১৪চনত তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে এই দিনটোতে শপত গ্ৰহণ কৰিছিল।ৰাষ্ট্ৰৰ নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা গুজৰাটৰ জনসাধাৰণৰ অটল সমৰ্থন আৰু আশীৰ্বাদক তেওঁ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিশ্বাস আৰু উৎসাহে অহৰ্নিশে দেশৰ সেৱা কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণক উজ্জীৱিত কৰিছে। বছৰ বছৰ ধৰি, ভাৰতে কেইবা দশক পুৰণি বাধা নেওচি অভূতপূৰ্ব আৰু অকল্পনীয় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু প্ৰতিটো খণ্ডতে প্ৰগতিৰ দিশে ধাৱমান হৈছে। আজি ৰাষ্ট্ৰখন হতাশা আৰু অন্ধকাৰৰ যুগৰ পৰা আত্মবিশ্বাস আৰু আশাবাদৰ এক নতুন যুগলৈ ধাৱিত হৈছে, তেওঁ লগতে কয়। ১৪০ কোটি ভাৰতীয় বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী নিৰ্মাণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আত্মনিৰ্ভৰশীলতা হৈছে সময়ৰ প্ৰয়োজন। তেওঁ ঘৰুৱা উৎপাদন আৰু ৰপ্তানি দুয়োটাই ধাৰাবাহিকভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতে গোলকীয় উৎপাদন খণ্ডত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। ভাৰতে এতিয়া স্মাৰ্টফোন, গাড়ী, পুতলা, প্ৰতিৰক্ষা সঁজুলি আৰু ঔষধকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি আছে। তেওঁ লগতে কয় যে ভাৰতে কেৱল ৰে’ল আৰু মেট্ৰ’ প্ৰযুক্তি নিৰ্মাণ কৰাই নহয় বৰঞ্চ ইয়াক গোলকীয়ভাবে ৰপ্তানি কৰি আছে। হাজাৰ হাজাৰ কোটি টকাৰ বৃহৎ প্ৰকল্প উদ্বোধন আৰু মুকলি কৰা দহোদক এই প্ৰগতিৰ এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে দহোদ বৈদ্যুতিক লোকোমোটিভ ফেক্টৰীক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে উল্লেখ কৰে। তেওঁ তিনি বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰি প্ৰথমটো বৈদ্যুতিক ইঞ্জিন এতিয়া সফলতাৰে নিৰ্মাণ কৰা বুলি গৌৰৱ প্ৰকাশ কৰে। গুজৰাট আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰি তেওঁ লোকোমোটিভটোৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি, গুজৰাট ইয়াৰ ৰে'লৱে নেটৱৰ্কৰ বৈদ্যুতিকীকৰণৰ লক্ষ্যত উপনীত হোৱা বুলি ঘোষণা কৰি তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে আৰু এই কৃতিত্বৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনায়।

মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে

March 02nd, 08:32 pm

প্ৰয়াগৰাজত মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে। তেওঁ মন্তব্য কৰে যে মন্দিৰে আমাৰ সংস্কৃতিৰ কালজয়ী ঐতিহ্য আৰু প্ৰতাপ প্ৰকাশিত কৰে।

উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 19th, 11:00 am

মই সকলো সাধুক তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজী, পূজনীয় শ্ৰী অৱধেশানন্দ গিৰিজী, কল্কি ধামৰ মুৰব্বী আচাৰ্য প্ৰমোদ কৃষ্ণমজী, পূজনীয় স্বামী কৈলাশানন্দ ব্ৰহ্মচাৰীজী, পূজনীয় সদগুৰু শ্ৰী ৰিতেশ্বৰজী, ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা বৃহৎ সংখ্যক সাধু আৰু মোৰ মৰমৰ ভক্ত ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে

February 19th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও মুকলি কৰে। শ্ৰী কল্কি ধাম নিৰ্মাণ ট্ৰাষ্টেএই শ্ৰী কল্কি ধাম নিৰ্মাণ কৰিব,ইয়াৰ অধ্যক্ষ হৈছে আচাৰ্য্য প্ৰমোদ কৃষ্ণম। এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

Healthcare services have improved under the 'double engine' government: PM Modi in Botad

November 20th, 11:04 am

PM Modi addressed his last rally of the day at Gujarat’s Botad. He said, “The people of Botad and the people of entire Saurashtra are saying that in this election the opposition will again bite the dust and lose the Gujarat assembly election. BJP government is going to be formed once again in Gujarat. The relation between Gujarat and BJP is unbreakable. Because this relation is of development and trust. I have relation with Botad since my Jansangh days.”

Our government is proud and fortunate to have transformed Mazdar village into Kagdham: PM Modi in Amreli

November 20th, 11:03 am

Continuing his election campaigning spree, PM Modi addressed his third rally in Gujarat’s Amreli. He appealed to the people of Amreli to make the ruling Bharatiya Janata Party (BJP) victorious in all the polling booths. The PM highlighted the transformed picture of Gujarat’s agriculture sector under the BJP government. He said, “Today, the agricultural growth rate in Gujarat has remained in double digit for years. We are ensuring that the farmers get sufficient urea, cheap urea. The government buys a sack of urea from abroad, it costs Rs 2,000. The government is giving the same sack worth Rs 2,000 to the farmers for less than Rs 270.”

Gujarat, today, is at the forefront of development, investment, manufacturing and exports: PM Modi in Dhoraji

November 20th, 11:02 am

Addressing his second rally in Dhoraji, Gujarat, PM Modi started his address by highlighting that Gujarat, today, is at the forefront of development, investment, manufacturing and exports; and the credit goes out to the hard-working people of Gujarat. PM Modi further addressed the people on how Gujarat used to suffer from water scarcity for decades and the Congress-led government ignored these issues altogether. PM Modi added that the work done by the BJP government to solve the water crisis in Gujarat has brought prosperity to the state today.

Congress has no interest to restore the cultural heritage of the country: PM Modi in Veraval

November 20th, 11:01 am

Ahead of the first phase of Gujarat’s legislative election, Prime Minister Narendra Modi today addressed a public meeting at Veraval, Gujarat. PM Modi started his address by highlighting how people used to underestimate Gujarat because of its condition in the early days and how today Gujarat is reaching new highs.

PM Modi addresses public meetings in Gujarat’s Veraval, Dhoraji, Amreli & Botad

November 20th, 11:00 am

Ahead of the first phase of Gujarat’s legislative assembly election, Prime Minister Narendra Modi, today addressed public meetings at Veraval, Dhoraji, Amreli & Botad, Gujarat. PM Modi started his address by highlighting how people used to underestimate Gujarat because of its condition in the early days and how today Gujarat is reaching new highs. PM Modi urged the people of Gujarat to make the BJP winner in every polling booth.

গুজৰাটৰ জাম্বুঘোডাত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ

November 01st, 01:12 pm

আজি গুজৰাটৰ জনজাতীয় সমাজ আৰু সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। মাত্ৰ অলপ সময়ৰ আগতে মই মংগড় ধামত আছিলো। আৰু ‘আজাদী কা অমৃত মহোৎসৱ’ত মংগড় ধামত গোবিন্দ গুৰুকে ধৰি সহস্ৰাধিক শ্বহীদ জনজাতীয় ভাই-ভগ্নীক শ্ৰদ্ধাঞ্জলি জনাই আদিবাসীসকলৰ মহান বলিদানক প্ৰণাম কৰাৰ সুযোগ পাইছিলোঁ। এতিয়া মই আপোনালোকৰ সৈতে জাম্বুঘোডাত আছো আৰু জাম্বুঘোডা আমাৰ জনজাতীয় সমাজৰ মহান ত্যাগৰ সাক্ষী হৈ আহিছে। আজি আমি শ্বহীদ জোৰিয়া পৰমেশ্বৰ, ৰূপ সিং নায়ক, গললীয়া নায়ক, ৰাভজিদা নায়ক আৰু বাবৰীয়া গালমা নায়ক আদি অমৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পালো। আজি আমি স্বাস্থ্য, শিক্ষা আৰু দক্ষতা বিকাশৰ সৈতে জড়িত আঁচনিৰে মৌলিক সুবিধাসমূহ সম্প্ৰসাৰণ কৰিছো, যাৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু এই আঁচনিসমূহ জনজাতীয় সমাজৰ গৌৰৱৰ সৈতে জড়িত। অতি সুন্দৰ হৈ পৰিছে গোবিন্দ গুৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক চৌহদ। আৰু এই অঞ্চলত কেন্দ্ৰীয় বিদ্যালয় বা কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ লগে লগে মোৰ ভৱিষ্যত প্ৰজন্মই দেশৰ পতাকাখন অতি গৌৰৱেৰে উচ্চ কৰি তুলিব। এই সকলোবোৰ আঁচনিৰ বাবে ইমান বিপুল সংখ্যাত অহা সকলো ভাই-ভনীলৈ মোৰ আন্তৰিক অভিনন্দন!

গুজৰাটৰ জাম্বুঘোডাত প্ৰায় ৮৬০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 01st, 01:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ পঞ্চমহলৰ জাম্বুঘোডাত প্ৰায় ৮৬০ কোটি টকাৰ প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।

For me, every village at the border is the first village of the country: PM Modi in Mana, Uttarakhand

October 21st, 01:10 pm

PM Modi laid the foundation stone of road and ropeway projects worth more than Rs 3400 crore in Mana, Uttarakhand. Noting that Mana village is known as the last village at India’s borders, the Prime Minister said, For me, every village at the border is the first village of the country and the people residing near the border make for the country's strong guard.

PM lays foundation stone of road and ropeway projects worth more than Rs 3400 crore in Mana, Uttarakhand

October 21st, 01:09 pm

PM Modi laid the foundation stone of road and ropeway projects worth more than Rs 3400 crore in Mana, Uttarakhand. Noting that Mana village is known as the last village at India’s borders, the Prime Minister said, For me, every village at the border is the first village of the country and the people residing near the border make for the country's strong guard.

মধ্যপ্ৰদেশৰ উজ্জয়িনীত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনূবাদ

October 11th, 11:00 pm

হৰ হৰ মহাদেৱ! জয় শ্ৰী মহাকাল, জয় শ্ৰী মহাকাল মহাৰাজ কী জয়! মহাকাল মহাদেৱ, মহাকাল, মহাপ্ৰভূ৷ মহাকাল মহাৰুদ্ৰ, মহাকাল নমস্তুতে৷৷ উজ্জয়িনীৰ পবিত্ৰ পুণ্যভূমিত এই অবিস্মৰণীয় কাৰ্যসূচীত উপস্থিত দেশৰ বিভিন্ন স্থানৰ পৰা অহা সকলো চৰণ-বন্দ্য সদগন, সন্মানীয় সাধু-সন্যাসীসকল, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, চত্তীশড়ৰৰ ৰাজ্যপাল ভগ্নী অনুসূয়া উইকে জী, ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীযুত ৰমেশ বেইনছ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, ভগৱান মহাকালৰ কূপাপাত্ৰ শ্ৰদ্ধাবান ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল, জয় মহাকাল!

PM addresses public function in Ujjain, Madhya Pradesh after dedicating Phase I of the Mahakaal Lok Project to the nation

October 11th, 08:00 pm

PM Modi addressed a public function after dedicating Phase I of the Mahakal Lok Project to the nation. The Prime Minister remarked that Ujjain has gathered history in itself. “Every particle of Ujjain is engulfed in spirituality, and it transmits ethereal energy in every nook and corner, he added.

Kindness, compassion and service of Sant Tukaram Ji is evident in the form of his 'abhangas': PM Modi

June 14th, 01:46 pm

PM Modi inaugurated Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune. The Prime Minister remarked that India is eternal because India is the land of saints. In every era, some great soul has been descending to give direction to our country and society.

PM Modi inaugurates Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune

June 14th, 12:45 pm

PM Modi inaugurated Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune. The Prime Minister remarked that India is eternal because India is the land of saints. In every era, some great soul has been descending to give direction to our country and society.