সোমনাথৰ কালজয়ী তাৎপৰ্যৰ কথা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 09th, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথৰ কালজয়ী তাৎপৰ্যক পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰি এই মন্দিৰক ভাৰতৰ আধ্যাত্মিক শক্তি আৰু ভক্তিৰ চিৰন্তন মূৰ্তি বুলি অভিহিত কৰে।প্ৰধানমন্ত্ৰীয়ে ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব
January 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব। ১০ জানুৱাৰীত নিশা প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ উপভোগ কৰিব।১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 09th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ১০ জানুৱাৰীৰ সন্ধিয়া সোমনাথত উপস্থিত হ’ব আৰু প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ চাব।অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 16th, 03:00 pm
অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে
October 16th, 02:30 pm
দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal
May 20th, 10:00 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha
May 20th, 09:58 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”‘সৌৰাষ্ট্ৰ-তামিল সংগমম’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ পাঠ
April 26th, 02:30 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী এল গণেশন জী, ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী ভাই পুৰুষোত্তম ৰূপালা জী, এল মুৰুগান জী, মীনাক্ষী লেখীজী, এই কাৰ্যসূচীৰ সৈতে জড়িত অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, ‘সৌৰাষ্ট্ৰ তামিল সঙ্গমম, নিগল-চিয়িল, পঙ্গেৰ-কে ভান্দিৰুক্কুম, তামিলং সোন্দংগল আনাইভাৰায়ুম, ভাৰুগা ভাৰুগা এন ভাৰ্ভাৰকিৰেন। উঙ্গল আনাইভাৰাইয়ুম, গুজৰাট মন্নীল, ইন্দ্ৰু, সন্দিতাদিল্ পেৰু মাগিলচি’।প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ তামিল সংগমৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে
April 26th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে সৌৰাষ্ট্ৰ তামিল সংগমৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে।PM to visit Gujarat on 17th and 18th June
June 16th, 03:01 pm
Prime Minister Shri Narendra Modi will visit Gujarat on 17th and 18th June. At around 9:15 AM on 18th June, Prime Minister will visit and inaugurate the redeveloped temple of Shree Kalika Mata at Pavagadh Hill, which will be followed by his visit to Virasat Van at around 11:30 AM. Thereafter, at around 12:30 PM, he will participate in Gujarat Gaurav Abhiyan at Vadodara, where he will inaugurate and lay the foundation stone of projects worth over Rs 21,000 crores.কানাডাৰ সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰৰদ্বাৰা আয়োজিত এটি কাৰ্য্যক্ৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ অসমীয়া অনুবাদ
May 02nd, 08:33 am
আপোনালোক আটাইকে আজাদী কা অমৃত মহোৎসৱ আৰু গুজৰাট দিৱসৰ শুভেচ্ছা জনালো! কানাডাত ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় প্ৰমূল্যৰাজিক সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত অন্টাৰিঅ'-স্থিত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰই পালন কৰা ভূমিকা সম্পৰ্কে আমি সকলো অৱগত। মই কানাডা ভ্ৰমণ কৰি অনুভৱ কৰিছো যে আপোনাসৱ আপোনালোকৰ এই প্ৰচেষ্টাৰাজিত সফল হৈছে আৰু আপোনালোকে নিজৰ মনত এক ইতিবাচক ধাৰণা গ্ৰহণ কৰিছে। আমি ২০১৫ ৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰো, কানাডাত ভাৰতীয় মূলৰ লোকসকলৰ সেই স্নেহ আৰু মৰমৰ কথা। মই এই উদ্ভাৱনীমূলক প্ৰচেষ্টাৰে জড়িত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰ আৰু আপোনালোক আটাইকে অভিনন্দন জনালো। সনাতন মন্দিৰত চৰ্দাৰ বল্লভভাই পেটেলৰ এই প্ৰতিমূৰ্তিয়ে কেৱল আমাৰ সাংস্কৃতিক মূল্যবোধক সুদৃঢ় কৰাই নহয়, বৰঞ্চ দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ প্ৰতীক হৈ উঠিব।কানাডাৰ অণ্টাৰিঅ’ত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত প্রধানমন্ত্রীৰ ভাষণ
May 01st, 09:33 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে কানাডাৰ অণ্টাৰিঅ’ৰ মাৰখামত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত চৰ্দাৰ পেটেলৰ মূর্তি উদ্বোধন অনুষ্ঠান ভাষণ প্ৰদান কৰে৷ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।প্ৰধানমন্ত্ৰীয়ে ২০ আগষ্টত সোমনাথত একাধিক পৰিকল্পনাৰ উদ্ঘাটন আৰু শিলান্যাস কৰিব
August 18th, 05:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ আগষ্টত পুৱা ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ সোমনাথত একাধিক পৰিকল্পনা উদ্ঘাটন আৰু শিলান্যাস কৰিব। যিবিলাক পৰিকল্পনা উদ্ঘাটন কৰা হ'ব তাৰ ভিতৰত সোমনাথ ভ্ৰমণ স্থলী, সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ আৰু পুৰণি (জুনা) সোমনাথৰ পুনৰ্নিৰ্মিত মন্দিৰ পৰিসৰ অন্তৰ্ভুক্ত আছে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাৰ্বতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰিব।আকাশ মাৰ্গৰে গুজৰাটৰ ‘টাউক্টে’ ঘূৰ্ণি প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 19th, 04:38 pm
টাউক্টে’ ঘূৰ্ণিয়ে চলোৱা তাণ্ডৱৰ পৰিণতিত গুজৰাটত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। আকাশ মাৰ্গৰে চলোৱা এই যাত্ৰাত তেওঁ গুজৰাট আৰু ডিউৰ উনা(গিৰ সোমনাথ), জাফৰাবাদ(আমৰেলি), মহুৱা(ভাৱনগৰ) আদি অঞ্চল সামৰি লয়।হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা
November 08th, 10:51 am
যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷হাজিৰাত ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়
November 08th, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ হাজিৰাত এটা ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজত পতাকা জোকাৰি ফেৰী সেৱাৰো শুভাৰম্ভ কৰে। তেওঁ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। ইফালে, তেওঁ কেন্দ্ৰীয় ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণ কৰাৰ সিদ্ধান্তৰ কথাও জানিবলৈ দিয়ে।প্ৰধানমন্ত্ৰীয়ে ৮ নবেম্বৰত হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স ফেৰী সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰি
November 06th, 03:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নবেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰিব। এয়া জলপথৰ ব্যৱহাৰ আৰু তাক দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিজ্যনৰ দিশত এক বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত এই সেৱা ব্যৱহাৰ কৰা স্থানীয় মানুহৰ সৈতে বাৰ্তালাপো কৰিব। এই উপলক্ষে শ্বিপিং ৰাজ্য মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।Nepal-India Maitri Pashupati Dharmshala will further enhance ties between our countries: PM Modi
August 31st, 05:45 pm
PM Narendra Modi and PM KP Oli jointly inaugurated Nepal-Bharat Maitri Pashupati Dharmashala in Kathmandu. Addressing a gathering at the event, PM Narendra Modi highlighted the strong cultural and civilizational ties existing between both the countries.কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন প্ৰধানমন্ত্ৰীৰ
August 31st, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে.পি অ’লীৰ সৈতে যুটীয়াভাৱে কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন কৰে৷