এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বটপুটত ৰূপৰ পদক জয়ৰ বাবে ছোমন ৰাণাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 25th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৬/৫৭ শাখাত ৰূপৰ পদক জয়ৰ বাবে ছোমন ৰাণাক অভিনন্দন জ্ঞাপন কৰিছে৷