অসম দিৱস উপলক্ষে অসমৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
December 02nd, 03:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম দিৱস উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আজিৰ দিনটো স্বৰ্গদেউ চাওলুং চুকাফাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ এক উপলক্ষ। ‘যোৱা কেইবছৰমান ধৰি কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। টাই আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ই অসমৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব’, শ্ৰী মোদীয়ে লগতে কয়।তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 06th, 02:00 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 06th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৬ জুলাইত কাৰ্গিল ভ্ৰমণ কৰিব
July 25th, 10:28 am
২০২৪ চনৰ ২৬ জুলাইত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ৯:২০ বজাত কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব আৰু কৰ্তব্যৰ সময়ত সৰ্বোচ্চ বলিদান দিয়া সাহসী যোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে শ্বিনকুন লা টানেল প্ৰকল্প নিৰ্মাণৰ ভাৰ্চুৱেল ব্যৱস্থাৰে আনুষ্ঠানিক শুভাৰম্ভ কৰিব।নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 26th, 11:28 pm
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-PM inaugurates International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi
July 26th, 06:30 pm
PM Modi dedicated to the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi. He said, “Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and willpower.”ভিডিঅ’ কনফাৰেন্সিংযোগে ৰোজগাৰ মেলাৰ অধীনত নৱনিযুক্ত ৭০,০০০ প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 13th, 11:00 am
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই চাকৰি মেলাসমূহ এনডিএ আৰু বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। আজি পুনৰবাৰ ৭০,০০০ৰো অধিক যুৱকে নিযুক্তি পত্ৰ লাভ কৰিছে। মই সুখী যে বিজেপিৰ শাসিত ৰাজ্য চৰকাৰসমূহেও সকলো ৰাজ্যতে অবিৰতভাৱে এনে চাকৰি মেলাৰ আয়োজন কৰি আছে। এই সময়ত চৰকাৰী চাকৰিত মকলৰ হোৱাসকলৰ বাবে এই সময়চোৱা অতি গুৰুত্বপূৰ্ণ।ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 13th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি পোৱা প্ৰায় ৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপ্তসকলে বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজহ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, ৰেলৱে মন্ত্ৰালয়, হিচাপ নিৰীক্ষণ বিভাগ, পাৰমাণৱিক শক্তি বিভাগ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আদিত যোগদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৪৩ টা স্থানত চলি থকা মেলাসমূহক এই অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল।গুৱাহাটীত এইমছৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
April 14th, 12:45 pm
অসমৰ ৰাজ্যপাল শ্রী গুলাব চাঁদ কাটাৰিয়া, ৰাজ্যৰ মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শর্মাজী, মোৰ সহকর্মী স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মণ্ডাবিয়াজী আৰু ডাঃ ভাৰতী প্রবীণ পাৱাৰজী, অসমৰ মন্ত্রী শ্রী কেশৱ মহন্তজী, চিকিৎসা জগতৰ সমস্ত বিশিষ্ট লোকসকল, এই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত যুক্ত বিভিন্ন ঠাইৰ বিশিষ্ট লোকসকল আৰু মোৰ প্রিয় অসমৰ ভাতৃ আৰু ভগ্নীসকল।অসমৰ গুৱাহাটীত ৩,৪০০ কোটিতকৈ অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
April 14th, 12:30 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ৩,৪০০ কোটিৰো অধিক টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে এইমছ গুৱাহাটীৰ লগতে অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তদুপৰি, তেওঁ অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠান(এএএইচআইআই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাংশ যোগ্য হিতাধিকাৰীক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (এবি-পিএমজেৱাই) কাৰ্ড বিতৰণ কৰি ‘আপকে দ্বাৰ আয়ুষ্মান’(আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ শুভাৰম্ভ কৰে।দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
April 04th, 09:46 am
মাননীয় অতিথিসকল, ৰাষ্ট্ৰপ্ৰধান, শিক্ষাবিদ, বাণিজ্যিক প্ৰতিনিধি, আইন প্ৰণেতা আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল!‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে
April 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ‘দুৰ্যোগ সহণশীল আন্তঃগাঁথনি (আইচিডিআৰআই)নিৰ্মাণ সম্পৰ্কীয় ২০২৩ৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ত ভাষণ দিয়ে।কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 11:50 am
আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’
February 06th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰধানমন্ত্ৰী-স্বনিধি যোজনাৰ অধীনত হিতাধিকাৰীসকলক অনুমোদিত ঋণ স্থানান্তৰ আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
January 19th, 05:15 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশ্যৰীজী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দেজী, উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাহুল নাৰ্ভেকাৰজী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত উপস্থিত থকা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰায় ৩৮,৮০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে
January 19th, 05:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণ হস্তান্তৰৰো পদক্ষেপ লয়। এই পৰিকল্পনাত মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰা, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশ কাৰ্যৰ শিলান্যাস কৰা আৰু সাতটা ছিৱেজ ব্যৱস্থাপনা প্লাণ্ট, ২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানাৰ উদ্বোধন কৰা আৰু মুম্বাইত পথসমূহৰ প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে পথ নিৰ্মাণ পৰিকল্পনা আৰম্ভ কৰা অন্তৰ্ভুক্ত আছে।India has become the world’s 3rd largest aviation market: PM Modi at inauguration of greenfield airport in Mopa, Goa
December 11th, 06:45 pm
PM Modi inaugurated Manohar International Airport, Goa. The airport has been named after former late Chief Minister of Goa, Manohar Parrikar Ji. PM Modi remarked, In the last 8 years, 72 airports have been constructed compared to 70 in the 70 years before that. This means that the number of airports has doubled in the country.PM inaugurates greenfield International Airport in Mopa, Goa
December 11th, 06:35 pm
PM Modi inaugurated Manohar International Airport, Goa. The airport has been named after former late Chief Minister of Goa, Manohar Parrikar Ji. PM Modi remarked, In the last 8 years, 72 airports have been constructed compared to 70 in the 70 years before that. This means that the number of airports has doubled in the country.