প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত ৰাষ্ট্ৰপতিক কৰা অপমান আৰু চাঁওতাল সংস্কৃতিৰ প্ৰতি কৰা অসন্মানক গৰিহণা জনাইছে
March 07th, 08:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগ চৰকাৰে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক কৰা অপমান আৰু চাঁওতাল সংস্কৃতিৰ প্ৰতি কৰা অসন্মানৰ ঘটনাক তীব্ৰ গৰিহণা দিছে।জৰ্ডানৰ ৰজাৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 02nd, 09:45 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডানৰ ৰজা মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বাৰ্তালাপ কৰে।২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 22nd, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 31st, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰমুখ সঞ্চলিকা আছিল প্ৰমিলা টাই মেধে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৃষ্টান্তমূলক জীৱনে আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ ৰেখা হিচাপে পৰিগণিত হ'ব, বিশেষকৈ মহিলাসকলৰ সৰ্বাংগীন সামাজিক উন্নয়ন তথা সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়।