Cabinet approves 4 lane construction from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore
March 18th, 04:10 pm
The Cabinet Committee on Economic Affairs, chaired by PM Narendra Modi has approved construction of 4-Lane Access-Controlled National Highway-927 from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore. The project will bypass major habitations, increase average travel speeds, reduce travel time to about one hour, and improve overall road safety, fuel efficiency, and vehicle operating costs.আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
September 11th, 08:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ আধ্যাত্মিক, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁৰ বিশাল অৱদানৰ কথা স্মৰণ কৰে।অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 02nd, 03:45 pm
অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh
May 02nd, 03:30 pm
PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱে আমাৰ জাতিটোক শক্তিশালী কৰে: 'মন কি বাত'ত প্ৰধানমন্ত্ৰী মোদী
March 26th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতত, আমি হাজাৰ হাজাৰ লোকৰ কথা উল্লেখ কৰিছো যিসকলে আনৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে। বহুতো লোক আছে যিয়ে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিছে... কিছুমানে তেওঁলোকৰ গোটেই জীৱনৰ উপাৰ্জন পৰিৱেশ আৰু জীৱৰ বাবে উৎসৰ্গা কৰিছে। আমাৰ দেশত, নিস্বাৰ্থ দান, পৰমাৰ্থক ইমান উচ্চ স্থান দিয়া হৈছে যে মানুহে আনৰ সুখৰ বাবে তেওঁলোকৰ সকলো দান কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়েহে সৰুৰে পৰা আমাক শিৱি আৰু দাধিচীৰ কাহিনী বৰ্ণনা কৰা হয়, যিয়ে তেওঁলোকৰ নশ্বৰ দেহ দান কৰিছিল।India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।PM to address 14th Foundation Day celebration of Umiya Mata Temple at Gathila, Junagadh on the occasion of Ram Navami
April 09th, 04:33 pm
On the occasion of Ram Navami, Prime Minister Shri Narendra Modi will address the 14th Foundation Day celebration at Umiya Mata Temple at Gathila, Junagadh in Gujarat on 10th April, 2022 at 1 PM via video conferencing.PM to perform the Bhoomi Poojan ceremony of Hostel Phase-1 built by Saurashtra Patel Seva Samaj in Surat on 15th October
October 14th, 02:33 pm
Prime Minister Shri Narendra Modi will perform the Bhoomi Poojan ceremony of Hostel Phase-1 (Boys’ Hostel), constructed by Saurashtra Patel Seva Samaj in Surat on 15th October at 11 AM via video conferencing.Government approves Rs. 4,400 crore investment in ECGC Ltd. in 5 years to provide support to exporters as well as banks
September 29th, 04:18 pm
Government under the leadership of Prime Minister Modi has undertaken a series of measures to provide a boost to the exports sector. In line with this, the Government has approved capital infusion of ₹4,400 crore to ECGC Ltd. over a period of five years, i.e. from FY 2021-2022 to FY 2025- 2026.কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক নিগম গঠনৰ প্রস্তাব অনুমোদন কৰিছে
July 22nd, 04:24 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক পৰিকাঠামো উন্নয়ন নিগমৰ প্রস্তাব অনুমোদন কৰিছে।চিএছআইআৰ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 04th, 10:28 am
আমাৰ বিজ্ঞানীসকলে এবছৰৰ ভিতৰত মেড ইন ইণ্ডিয়া ক’ৰোনা প্ৰতিষেধক প্ৰস্তুত কৰিছিল আৰু ইয়াক দেশবাসীৰ বাবে উপলব্ধ কৰিছিল। এবছৰৰ ভিতৰত আমাৰ বিজ্ঞানীসকলে ক’ভিড পৰীক্ষাৰ কিট আৰু অত্যাৱশ্যকীয় সঁজুলিৰে দেশখনক আত্মনিৰ্ভৰশীল কৰি তুলিছিল। ইমান কম সময়ৰ ভিতৰতে আমাৰ বিজ্ঞানীসকলে ক’ৰোনাৰ সৈতে যুঁজত নতুন কাৰ্যকৰী ঔষধ আৱিষ্কাৰ কৰিছিল, অক্সিজেন উৎপাদনৰ গতি দ্ৰুত কৰাৰ উপায় বিচাৰিছে।চিএছআইআৰ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰিলে প্রধানমন্ত্রীয়ে
June 04th, 10:27 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে এই শতিকাত ক’ৰোনা মহামাৰী আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে।ড০ হৰেকৃষ্ণ মেহতাবৰ দ্বাৰা ৰচিত ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 09th, 12:18 pm
অনুষ্ঠানটোত মোৰ সৈতে উপস্থিত থকা লোকসভাৰ কেৱল এজন সাংসদেই নহয়, এজন ভাল সাংসদে সাংসদীয় জীৱনত কেনেদৰে কাম কৰিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ, ভাই ভৰ্তৃহৰি মেহতাবজী, ধৰ্মেন্দ্ৰ প্ৰধানী, অন্যান্য জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! এইটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মই 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ সৈতে সম্পৰ্কিত এই অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাইছো। প্ৰায় ডেৰ বছৰ আগতে, আমি সকলোৱে 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ এশ বিংশতম জন্ম জয়ন্তী এক অতি প্ৰেৰণাদায়ক অনুষ্ঠান হিচাপে উদযাপন কৰিছিলো। আজি আমি তেওঁৰ বিখ্যাত গ্ৰন্থ 'ওড়িশা ইতিহাস'ৰ হিন্দী সংস্কৰণ মুকলি কৰিছো। এইটো অতি গুৰুত্বপূৰ্ণ যে ওড়িশাৰ বিশাল আৰু বৈচিত্ৰ্যময় ইতিহাস দেশৰ জনসাধাৰণৰ ওচৰলৈ যাওক। আপুনি ওড়িয়া আৰু ইংৰাজীৰ পিছত হিন্দী সংস্কৰণৰ জৰিয়তে এই প্ৰয়োজনীয়তা পূৰণ কৰিছে। এই অভিনৱ প্ৰচেষ্টাৰ বাবে মই ভাই ভৰ্তৃহৰি মেহতাবজী, হৰেকৃষ্ণ মেহতাব ফাউণ্ডেচন আৰু বিশেষকৈ শংকৰলাল পুৰোহিতজীক ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো।ডঃ হৰেকৃষ্ণ মাহতাবৰ ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণ উন্মোচন প্ৰধানমন্ত্ৰী
April 09th, 12:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবে প্ৰণয়ন কৰা গ্ৰন্থ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী অনুবাদ উন্মোচন কৰে। পূৰ্বে, এই গ্ৰন্থখনি ওড়িয়া আৰু ইংৰাজীত উপলব্ধ আছিল, ইয়াক হিন্দীলৈ অনুবাদ কৰে শ্ৰী শংকৰলাল পুৰোহিতে। এই কাৰ্যসূচীত শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কটকৰ সাংসদ (লোকসভা) শ্ৰী ভাৰ্ত্ৰুহৰি মাহতাবো উপস্থিত থাকে।PM Modi requests spiritual leaders to promote Aatmanirbhar Bharat by going vocal for local
November 16th, 12:46 pm
PM Modi unveiled ‘Statue of Peace’ to mark the 151st birth anniversary celebrations of Jainacharya Shree Vijay Vallabh Surishwer Ji Maharaj. Reiterating his stress on ‘vocal for local’ Shri Modi requested that as happened during the freedom struggle, all the spiritual leaders should amplify the message of Aatmanirbhar Bharat.প্ৰধানমন্ত্ৰীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ‘ষ্টেচু অৱ পীচ’ মুকলি কৰে
November 16th, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ‘ষ্টেচু অৱ পীচ’ মুকলি কৰে। জৈন আচাৰ্যৰ সন্মানাৰ্থে মুকলি হোৱা প্ৰতিমূৰ্তিটোক ‘ষ্টেচু অৱ পীচ’ নামেৰে নামাকৰণ কৰা হৈছে। ৰাজস্থানৰ জেটপুৰাস্থিত বিজয় বল্লভ সাধনা কেন্দ্ৰত স্থাপিত ১৫১ ইঞ্চি উচ্চতাৰ ‘ষ্টেচু অৱ পীচ’ অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে।Balasaheb Vikhe Patil Ji's work for the progress of poor, efforts towards education in Maharashtra will inspire generations to come: PM
October 13th, 11:01 am
PM Narendra Modi released the biography of late Dr. Balasaheb Vikhe Patil. Speaking on the occasion, PM Modi said, Balasaheb’s work for the progress of poor, efforts towards education and success of cooperative in Maharashtra will inspire generations to come.