প্ৰধানমন্ত্ৰীলৈ শ্লোভাক গণৰাজ্যৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘অৰ্ডাৰ অব দা হোৱাইট ডাবল ক্ৰছ, প্ৰথম শ্ৰেণী’ প্ৰদান
June 15th, 11:35 pm
এক বিশেষ অনুষ্ঠানত শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘দি অৰ্ডাৰ অব দা হোৱাইট ডাবল ক্ৰছ, প্ৰথম শ্ৰেণী’ প্ৰদান কৰে।শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 15th, 11:33 pm
প্ৰধানমন্ত্ৰীয়ে ২০২৬ৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি পেলেগ্ৰিনীৰ সৈতে তেওঁৰ পূৰ্বৰ বৈঠকৰ কথা আদৰেৰে স্মৰণ কৰে। দুয়োগৰাকী নেতাই চলিত সহযোগিতা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কক আদৰণি জনায়। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তৰ্জাতিক উন্নয়নৰ বিষয়েও আলোচনা কৰে।শ্লোভাক ব্যৱসায়িক ক্ষেত্ৰৰ কৰ্ণধাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 15th, 09:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে ৰে’লৱে, প্ৰতিৰক্ষা, অটোমোটিভ, শক্তি, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱাকে ধৰি শ্লোভাকিয়াৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰধান ব্যৱসায়িক আৰু উদ্যোগ জগতৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে।Prime Minister lays wreath at the Tomb of the Unknown Soldier
June 15th, 06:00 pm
PM Modi paid tribute to Slovakia’s fallen soldiers at the Tomb of the Unknown Soldier in Bratislava. Accompanied by Slovak Prime Minister Robert Fico, he laid a wreath at the memorial and honoured the brave soldiers who played a pivotal role in Slovakia’s liberation during World War II.শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
June 15th, 05:40 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ব্ৰাটিশ্লাভাৰ ঐতিহাসিক দুৰ্গত শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৱে উষ্ম আদৰণি জনায়। ব্ৰাটিশ্লাভাত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়।ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি
June 15th, 05:32 pm
শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰীৰ শ্লভাকিয়া ভ্ৰমণৰ মূল সাফল্য আৰু ঘোষণাসমূহৰ তালিকা
June 15th, 05:17 pm
শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি।শ্লোভাকিয়াত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী
June 15th, 02:15 am
ভাৰত-শ্লোভাকিয়াৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্বৰূপে শ্লোভাকিয়াৰ ব্ৰাটিস্লাভাত উপস্থিত হয়হি প্ৰধানমন্ত্ৰী মোদী। পদাৰ্পণৰ মুহূৰ্তত তেওঁক উষ্ম আদৰণি জনোৱা হয়।ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
June 13th, 10:03 am
ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।Visit of Prime Minister to France and Slovakia (June 13-18, 2026)
June 09th, 07:20 pm
PM Modi will visit France from 13-14 June 2026 and again from 16-19 June 2026. During his initial visit to France, he will hold discussions with President Emmanuel Macron and jointly inaugurate the 'Bharat Innovates' event. He will then visit Slovakia from 14-16 June 2026 to hold discussions with PM Robert Fico and meet President Peter Pellegrini. The PM will once again visit France to participate in the G7 Summit and the VivaTech Summit.প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে
February 20th, 09:37 pm
শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি ডাঙৰীয়াই নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত বৈঠকত মিলিত হয় ।প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 24th, 11:30 am
মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।Phone call between Prime Minister Shri Narendra Modi and H.E. Mr. Eduard Heger, Prime Minister of the Slovak Republic
February 28th, 09:48 pm
Prime Minister Narendra Modi spoke on phone with H.E. Mr. Eduard Heger, Prime Minister of the Slovak Republic. The Prime Minister thanked H.E. Mr. Eduard Heger for the assistance provided by Slovak Republic in evacuation of Indian citizens from Ukraine, and for permitting special evacuation flights from India.Prime Minister to inaugurate Uttar Pradesh Investor’s Summit in Lucknow on February 21
February 20th, 07:34 pm
PM Narendra Modi will inaugurate Uttar Pradesh Investor’s Summit in Lucknow. The event has been organized by Uttar Pradesh Government to showcase the investment opportunities and potential in the state.