প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ শিৱগংগাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
December 01st, 10:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ শিৱগংগা জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ইয়াত আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।