ফলাফলৰ তালিকাঃ ফিজিৰ প্ৰধানমন্ত্ৰী চিটিবেনী ৰাবুকাৰ ভাৰত ভ্ৰমণ

August 25th, 01:58 pm

. ফিজিত এখন ছুপাৰ-স্পেচিয়েলিটি হাস্পতালৰ ডিজাইন, নিৰ্মাণ, কাৰ্য্যক্ষম, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে ভাৰত চৰকাৰ আৰু ফিজি চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব

August 25th, 01:52 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।

ফিজিৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ পূৰ্ণপাঠ

August 25th, 12:30 pm

তেতিয়া আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ অৰ্থাৎ ‘FIPIC’ আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপে কেৱল ভাৰত-ফিজিৰ সম্পৰ্ককে নহয়, বৰঞ্চ সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আমাৰ সংযোগকো এক নতুন শক্তি প্ৰদান কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী ৰাবুকাজীৰ এই ভ্ৰমণৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সংযোজন কৰিছোঁ।

Prime Minister honoured with the highest civilian awards of Papua New Guinea, Fiji and Palau

May 22nd, 02:18 pm

Prime Minister Narendra Modi, during his historic visit to Papua New Guinea, was conferred with three prestigious civilian awards. He was conferred the ‘Grand Companion of the Order of Logohu’ by Papua New Guinea, ‘Companion of the Order of Fiji’ by Republic of Fiji and ‘Ebakl’ Award by Republic of Palau.

ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছিটিভেনি ৰাবুকাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

December 24th, 05:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছিটিভেনী ৰাবুকাক অভিনন্দন জ্ঞাপন কৰিছে।