হিমাচল প্ৰদেশৰ ছিৰমৌৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
January 09th, 07:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ ছিৰমৌৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ দুৰ্ঘটনা নিহতৰ পৰিয়াল আৰু আহতসকলৰ বাবে সাহায্যও ঘোষণা কৰে। প্ৰতিজন মৃতকৰ নিকট আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ'ব ।PM condoles loss of lives due to an accident in Sirmaur
June 28th, 11:16 pm
The Prime Minister, Shri Narendra Modi has condoled lose of lives due to an accident in Sirmaur Himachal Pradesh. He also prayed for the injured.