শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনাবলৈ ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত প্ৰধানমন্ত্ৰী

August 04th, 02:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত হৈ শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনায়।