প্ৰধানমন্ত্ৰীৰ হাৰিয়ানা ভ্ৰমণ, ছাৰ ছোটু ৰামৰ মুৰ্তি উন্মোচন, ৰে’লৰ দবা পুনৰ নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন
October 09th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ছাম্পলা, ৰোহটক ভ্ৰমণ কৰে৷হাৰিয়ানাত ৰে’লৰ ডবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
October 09th, 04:00 pm
সীমান্তত প্রহৰা দি থকা দেশৰ বীৰ সেনানী, দেশৰ কোটি কোটি জনতাৰ বাবে পৰিশ্রম কৰি শস্য উৎপাদনকাৰী কৃষক আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়া ক্ষেত্রত দেশলৈ সর্বাধিক পদক আনিবলৈ সক্ষম হোৱা খেলুৱৈৰ জন্মস্থান হাৰিয়ানাৰ এই ভূমিক মই প্রণিপাত জনাইছো। দেশৰ নাম আৰু সন্মান বৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰণী হাৰিয়ানাবাসীৰ তুলনা কোনো নাই।৯ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ হাৰিয়াণা ভ্ৰমণ
October 08th, 05:53 pm
৯ অক্টোবৰ ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাম্পলা, ৰোহটক ভ্ৰমণ কৰিব৷