এছিয়ান পেৰা গেমছত মহিলাৰ ২০০ মিটাৰ-টি১২ত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে চিমৰণক অভিনন্দন জনাইছে

October 27th, 12:30 am

হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত মহিলাৰ ‘২০০ মিটাৰ-টি-১২ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে আজি চিমৰণক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।