পুৰুষৰ ৯০ কেজি ঊৰ্ধ্বৰ বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে নৰেন্দ্ৰ বাৰৱাললৈ অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ৯০ কেজি ঊৰ্ধ্বৰ বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নৰেন্দ্ৰ বাৰৱালক অভিনন্দন জনায়।মহিলাৰ ৭৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৭৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জনায়।পুৰুষৰ ৫৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে যদুমনি সিং মাংদেংবামক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৫৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে যদুমনি সিং মাংদেংবামক অভিনন্দন জনায়।পুৰুষৰ শ্বট পুট (F57) প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে শুভম জুৱেলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শুভম জুৱেলক অভিনন্দন জনায়।পুৰুষৰ ট্ৰিপল জাম্পত ৰূপৰ পদক জয়ৰ বাবে প্ৰবীণ চিত্ৰভেললৈ অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ট্ৰিপল জাম্প প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰবীণ চিত্ৰভেলক অভিনন্দন জনায়।২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ জেভেলিনত ৰূপৰ পদক লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাকঅভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
August 01st, 08:48 am
গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ জেভেলিন ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে।কমনৱেলথ গেমছ ২০২৬ত জুডোত ৰূপৰ পদক লাভ কৰাৰ বাবে য়ামিনী মৌৰ্যক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে
August 01st, 08:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২৬ত ৫৭ কেজি জুডো শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে য়ামিনী মৌৰ্যক অভিনন্দন জনাইছে।Prime Minister Narendra Modi congratulates Lovepreet Singh on winning Silver in Men’s +110 kg event at Commonwealth Games 2026
July 31st, 02:32 pm
The Prime Minister, Shri Narendra Modi, has congratulated Lovepreet Singh on winning the Silver medal in the Men’s +110 kg weightlifting event at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Mohammed Basil Morssinganakath on winning Silver at Commonwealth Games 2026
July 30th, 05:32 pm
The Prime Minister, Shri Narendra Modi, has congratulated Mohammed Basil Morssinganakath on winning the Silver medal at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Sreeshankar on winning Silver at Commonwealth Games 2026
July 30th, 05:29 pm
The Prime Minister, Shri Narendra Modi, has congratulated Sreeshankar on winning the Silver medal at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Gulveer on winning Silver in Men’s 10,000m at Commonwealth Games 2026
July 29th, 07:36 pm
The Prime Minister, Shri Narendra Modi, has congratulated Gulveer on winning the Silver medal in the Men’s 10,000m event at the Commonwealth Games 2026 in Glasgow.Prime Minister congratulates Harjinder Kaur on winning Silver in Women’s 69 kg event at Commonwealth Games 2026
July 29th, 07:34 pm
The Prime Minister, Shri Narendra Modi, has congratulated Harjinder Kaur on winning the Silver medal in the Women’s 69 kg weightlifting event at the Commonwealth Games 2026 in Glasgow.Prime Minister congratulates Sarvesh Kushare on winning Silver in Men’s High Jump at Commonwealth Games 2026
July 28th, 02:10 pm
The Prime Minister, Shri Narendra Modi, has congratulated Sarvesh Kushare on winning the Silver medal in the Men’s High Jump event at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Valluri Ajaya Babu on winning Silver at Commonwealth Games 2026
July 28th, 02:07 pm
The Prime Minister, Shri Narendra Modi, has congratulated Valluri Ajaya Babu on winning the Silver medal in the Men’s 79 kg weightlifting event at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Gyaneshwari Yadav on winning Silver Medal in Weightlifting at the Commonwealth Games Glasgow 2026
July 27th, 08:17 pm
Prime Minister Shri Narendra Modi today congratulated Gyaneshwari Yadav on winning the Silver Medal in Weightlifting at the Commonwealth Games Glasgow 2026.Prime Minister Congratulates Raja Muthupandi on winning Silver in Weightlifting at the Glasgow Commonwealth Games
July 27th, 01:59 pm
Prime Minister Shri Narendra Modi today highlighted another medal for India in Weightlifting. He congratulated Raja Muthupandi on winning a Silver in the Men’s 65 kg event at the Glasgow Commonwealth Games.Prime Minister expresses pride in Indian lifter Rishikanta Singh Chanambam for winning Silver Medal
July 26th, 08:49 pm
Prime Minister Shri Narendra Modi today expressed his pride in Indian lifter Rishikanta Singh Chanambam for winning a Silver Medal and also achieving his personal best. PM Modi stated that his determination and outstanding performance have brought immense joy to the nation.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰণৱ সূৰমাক অভিনন্দন
September 05th, 08:05 am
খেলুৱৈ প্ৰণৱ সূৰমাৰ অধ্যৱসায় আৰু দৃঢ়তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষ ৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ শ্বটপুট ইভেন্টত ৰূপৰ পদক লাভ কৰা শচীন খিলাৰীক অভিনন্দন জনাইছে
September 04th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিক, ২০২৪-ত পুৰুষৰ শ্বটপুট এফ৪৬ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে শচীন খিলাৰীক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক জয় কৰা শাৰদ কুমাৰক অভিনন্দন জনাইছে
September 04th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি-৬৩ত ৰূপৰ পদক অৰ্জন কৰা শাৰদ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।