Honouring the Sikh community’s faith and progress is our responsibility and privilege: PM on the 350th Shaheedi Samagam of Sri Guru Tegh Bahadur Ji
March 01st, 06:28 pm
PM Modi addressed the 350th Martyrdom Year (Shaheedi Samagam) of ‘Hind di Chadar’ Sri Guru Teg Bahadur Sahib Ji. Paying his respects, the PM stated that today we all remember the great Guru on this significant anniversary and expressed that it is a matter of great fortune to be part of such a historic and sacred event.PM Modi addresses 350th Shaheedi Samagam of Sri Guru Teg Bahadur Ji; highlights initiatives for the Sikh community and social unity
March 01st, 06:00 pm
PM Modi addressed the 350th Martyrdom Year (Shaheedi Samagam) of ‘Hind di Chadar’ Sri Guru Teg Bahadur Sahib Ji. Paying his respects, the PM stated that today we all remember the great Guru on this significant anniversary and expressed that it is a matter of great fortune to be part of such a historic and sacred event.পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 27th, 12:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ সাহস, সহানুভূতি আৰু আত্মত্যাগৰ প্ৰতীক হৈ ৰৈছে। তেওঁৰ জীৱন আৰু শিক্ষাই আমাক সত্য, ন্যায়, ধাৰ্মিকতাৰ পক্ষত থিয় হ'বলৈ আৰু মানৱীয় মৰ্যাদাক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে। শ্ৰী গুৰু গোবিন্দ সিং জীৰ দৃষ্টিভংগীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক সেৱা আৰু নিঃস্বাৰ্থ কৰ্তব্যৰ দিশত পৰিচালনা কৰি আছে, শ্ৰী মোদীয়ে কয়।Gen Z & Gen Alpha will lead India to the goal of a Viksit Bharat: PM Modi
December 26th, 01:30 pm
While addressing the national programme marking ‘Veer Baal Diwas’ in New Delhi, PM Modi stated that the Sahibzades broke the boundaries of age and stage and stood like a rock against the cruel Mughal empire. The PM highlighted that the courage and ideals of Mata Gujri, Shri Guru Gobind Singh Ji, and the four Sahibzades continue to give strength to every Indian. He added that India will demonstrate complete liberation from the colonial mindset by 2035.নতুন দিল্লীত বীৰ বাল দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
December 26th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
November 05th, 10:26 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে আজি সকলোকে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী গুৰু নানক দেৱজীৰ জীৱন আৰু বাৰ্তাই কালজয়ী প্ৰজ্ঞাৰে মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ মমতা, সমতা, নম্ৰতা আৰু সেৱাৰ শিক্ষা অতি প্ৰেৰণাদায়ক, শ্ৰী মোদীয়ে লগতে কয়।প্ৰধানমন্ত্ৰীয়ে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে
November 02nd, 10:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে।শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয় প্ৰধানমন্ত্ৰী
September 19th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয়। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ হাতত এই সন্দৰ্ভত পৰামৰ্শৰাজি অৰ্পণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পবিত্ৰ অৱশেষসমূহ যিমানেই তাৎপৰ্য্যপূৰ্ণ আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ, সিমানেই ‘জ’ৰ চাহিব’ গৌৰৱময় শিখ ইতিহাসৰো অংশ, একেদৰেই আমাৰ ৰাষ্ট্ৰৰ সাংস্কৃতিক ৰীতি-নীতিৰো অংশ। শ্ৰী মোদীয়ে লগতে কয়, পবিত্ৰ অৱশেষসমূহে ভৱিষ্যৎ প্ৰজন্মক শ্ৰীগুৰু গোবিন্দ সিং জীয়ে দেখুৱাই থৈ যোৱা সাহস, সদাচাৰ, ন্যায় আৰু সামাজিক সম্প্ৰীতিৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ পৱিত্ৰ পৰকাশ পূৰৱ উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
August 24th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ পৱিত্ৰ পৰকাশ পূৰৱ উপলক্ষ্যে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।শ্ৰীগুৰু টেগ বাহাদুৰৰ শুভ প্ৰকাশ পৰ্বত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
April 18th, 12:26 pm
প্ৰধানমন্ত্ৰীয়ে আজি শ্ৰীগুৰু টেগ বাহাদুৰৰ শুভ প্ৰকাশ পৰ্ব উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী গুৰু টেগ বাহাদুৰৰ জীৱনটো সাহস আৰু দয়ালু সেৱাৰ প্ৰতিমূৰ্তি, যিয়ে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াত অটল আছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে
March 17th, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে নতুন দিল্লীৰ গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে। এই ভ্ৰমণৰ বিষয়ে কিছু আভাস ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে কয় যে শিখ সম্প্ৰদায়ৰ সেৱা আৰু মানৱতাৰ প্ৰতি অটল দায়বদ্ধতা সমগ্ৰ বিশ্বতে সঁচাকৈয়ে প্ৰশংসনীয়।প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীক তেওঁৰ প্ৰকাশ উৎসৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
January 06th, 09:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিংজীক তেওঁৰ প্ৰকাশ উৎসৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ চিন্তাই আমাক প্ৰগতিশীল, সমৃদ্ধিশালী আৰু সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব।PM Modi's candid interaction with Rashtriya Bal Puraskar winners
December 26th, 09:55 pm
PM Modi interacted with the 17 awardees of Rashtriya Bal Puraskar in New Delhi. During the candid interaction, the PM heard the life stories of the children and encouraged them to strive harder in their lives. He congratulated all the youngsters and wished them the very best for their future endeavours.PM Modi interacts with Rashtriya Bal Puraskar awardees
December 26th, 09:54 pm
PM Modi interacted with the 17 awardees of Rashtriya Bal Puraskar in New Delhi. During the candid interaction, the PM heard the life stories of the children and encouraged them to strive harder in their lives. He congratulated all the youngsters and wished them the very best for their future endeavours.Our constitution embodies the Gurus’ message of Sarbat da Bhala—the welfare of all: PM Modi
December 26th, 12:05 pm
The Prime Minister, Shri Narendra Modi participated in Veer Baal Diwas today at Bharat Mandapam, New Delhi.Addressing the gathering on the occasion of the 3rd Veer Baal Diwas, he said their Government had started the Veer Baal diwas in memory of the unparalleled bravery and sacrifice of the Sahibzades.PM Modi participates in Veer Baal Diwas programme in New Delhi
December 26th, 12:00 pm
The Prime Minister, Shri Narendra Modi participated in Veer Baal Diwas today at Bharat Mandapam, New Delhi.Addressing the gathering on the occasion of the 3rd Veer Baal Diwas, he said their Government had started the Veer Baal diwas in memory of the unparalleled bravery and sacrifice of the Sahibzades.শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ উষ্ম শুভেচ্ছা জ্ঞাপন
November 15th, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষণে আমাক সহানুভূতি, দয়া আৰু নম্ৰতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পূৰৱ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন
September 04th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পূৰৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।‘শিখ নৱবৰ্ষ’ উপলক্ষে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
March 14th, 12:11 pm
শিখ নৱবৰ্ষৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ‘ৱাহে গুৰু’ৰ অসীম অনুগ্ৰহে সকলো জীৱক সুস্থতা আৰু প্ৰাচুৰ্য প্ৰদান কৰক। ‘গুৰু চাহিব’সকলৰ জ্ঞানৰ জ্যোতিয়ে আমাৰ সমাজক উদ্ভাসিত কৰাৰ লগতে মাৰ্গদৰ্শন কৰি থাকক।Prime Minister pays homage to Sri Guru Gobind Singh Ji on his Parkash Utsav
January 17th, 08:13 am
The Prime Minister, Shri Narendra Modi has paid homage to Sri Guru Gobind Singh Ji on his Parkash Utsav and recalled his courage as well as compassion. Prime Minister also shared a video of his thoughts on Sri Guru Gobind Singh Ji.