প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত মিক্সড ৫০ মিটাৰ ৰাইফলছ প্ৰ'ন এছএইচ-১ ইভেণ্টত সিদ্ধাৰ্থ বাবুৰ দ্বাৰা সোণৰ পদক অৰ্জন উদযাপন কৰে
October 26th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত মিক্সড ৫০ মিটাৰ ৰাইফলছ প্ৰ'ন এছএইচ-১ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সিদ্ধাৰ্থ বাবুক অভিনন্দন জ্ঞাপন কৰিছে।