West Bengal continues to suffer under corruption and “cut money” culture: PM Modi in Medinipur
April 19th, 11:30 am
In Medinipur rally, PM Modi contrasted India’s rapid progress with Bengal’s stagnation under TMC, citing corruption, unemployment and migration. Calling for a “loot-free Bengal,” he emphasised the need for change - “Paltaano Dorkar!” He also highlighted Bengal’s untapped fisheries potential, promising a “Blue Revolution”.TMC syndicates will be removed from mandis so that exploitation stops: PM Modi in Jhargram, West Bengal
April 19th, 11:20 am
Jhargram rally witnessed PM Modi raise concerns over infiltration and its impact on Bengal’s identity, while warning against pisive politics. He also exposed issues of high electricity bills and shortages, promising relief through clean and affordable energy under PM Surya Ghar. He further outlined key guarantees for farmers, tribals and youth, higher MSP, expanded welfare schemes, improved schools, healthcare and freedom from syndicate control.PM Modi’s enthusiastic rallies across West Bengal in Bishnupur, Purulia, Jhargram & Medinipur
April 19th, 11:00 am
PM Modi addressed massive and energetic public gatherings across Bishnupur, Purulia, Jhargram and Medinipur, delivering a strong and consistent message of women empowerment, development and decisive change in West Bengal.মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 17th, 11:20 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰত মোৰ সহকৰ্মী, ভগ্নী সাবিত্ৰী ঠাকুৰ, সকলো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি তথা ৰ মোৰ মৰমৰ ভাই-ভনীসকল!মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 17th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ধৰত আধাৰশিলা স্থাপন কৰাৰ লগতে উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে জ্ঞান দেৱী—ধৰ ভোজশালাৰ পূজনীয় মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনায় । আজি ঐশ্বৰিক স্থপতি আৰু দক্ষতা তথা সৃষ্টিৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী মোদীয়ে বিশ্বকৰ্মা ভগৱানক প্ৰণাম জনায়। লগতে নিজৰ কাৰুকাৰ্য্য তথা নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
August 25th, 11:30 am
বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।‘চিকল চেল’ ৰোগ প্ৰতিহত কৰাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছো: প্ৰধানমন্ত্ৰী
June 19th, 12:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিশ্ব চিকল চেল দিৱস’ৰ দিনা পুনৰ কয় যে এই ৰোগ প্ৰতিহত কৰিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।Today there is a government in the country which thinks about the poor first: PM Modi
January 15th, 12:15 pm
PM Modi released the first instalment to 1 lakh beneficiaries of Pradhan Mantri Awas Yojana - Gramin (PMAY - G) under Pradhan Mantri Janjati Apasi Nyaya Maha Abhiyan (PM-JANMAN) via video conferencing. The Prime Minister also interacted with the beneficiaries of PM-JANMAN on the occasion. On the one hand, Diwali is being celebrated in Ayodhya, while 1 lakh people from the extremely backward tribal community are also celebrating Diwali”, PM Modi said.পিএম-জনমানৰ অধীনত ১ লাখ পিএমএৱাই(জি) হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি প্ৰধানমন্ত্ৰীৰ
January 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY - G)ৰ ১ লাখ হিতাধিকাৰীলৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পিএম-জনমানৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ো কৰে।মধ্যপ্ৰদেশৰ সাগৰত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
August 12th, 04:42 pm
কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী বীৰেন্দ্ৰ খতিকজী, জ্যোতিৰাদিত্য সিন্ধিয়াজী, প্ৰহ্লাদ পেটেলজী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিভিন্ন স্থানৰ পৰা অহা সকলো পূজনীয় সাধু আৰু বৃহৎ সংখ্যাত অহা মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
August 12th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা নৱনিৰ্মিত প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ১০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক’ৰ আধাৰশিলা স্থাপন, ১৫৮০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত হ'ব লগা দুটা পথ প্ৰকল্প আৰু দেশৰ নামত উৎসৰ্গা কৰা ২৪৭৫ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে দ্বৈতকৰণৰ দিহা কৰা ‘কোটা-বিনা ৰে'লপথ’ছোৱা।Centre's projects is benefitting Telangana's industry, tourism, youth: PM Modi
July 08th, 12:52 pm
Addressing a rally in Warangal, PM Modi emphasized the significant role of the state in the growth of the BJP. PM Modi emphasized the remarkable progress India has made in the past nine years, and said “Telangana, too, has reaped the benefits of this development. The state has witnessed a surge in investments, surpassing previous levels, which has resulted in numerous employment opportunities for the youth of Telangana.”PM Modi addresses a public meeting in Telangana’s Warangal
July 08th, 12:05 pm
Addressing a rally in Warangal, PM Modi emphasized the significant role of the state in the growth of the BJP. PM Modi emphasized the remarkable progress India has made in the past nine years, and said “Telangana, too, has reaped the benefits of this development. The state has witnessed a surge in investments, surpassing previous levels, which has resulted in numerous employment opportunities for the youth of Telangana.”Congress cannot breathe without corruption; Modi is guarantee of action against corruption: PM Modi in Raipur
July 07th, 12:00 pm
PM Modi addressed a public meeting in Raipur. PM Modi expressed, The formation of Chhattisgarh saw a significant contribution from the BJP. We possess a profound understanding of the people of Chhattisgarh and are well-aware of their requirements. Consequently, the government of BJP in Delhi is fully committed to propelling the rapid progress of Chhattisgarh.PM Modi campaigns in Raipur, Chhattisgarh
July 07th, 11:44 am
PM Modi addressed a public meeting in Raipur. PM Modi expressed, The formation of Chhattisgarh saw a significant contribution from the BJP. We possess a profound understanding of the people of Chhattisgarh and are well-aware of their requirements. Consequently, the government of BJP in Delhi is fully committed to propelling the rapid progress of Chhattisgarh.PM raises concern for sickle cell anaemia patients during visit to stem cell research centre at Kyoto University
August 31st, 10:34 am
PM raises concern for sickle cell anaemia patients during visit to stem cell research centre at Kyoto University