কমনৱেলথ গেমছ ২০২২ত মহিলাৰ জুডোত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে সুশীলা দেৱী লিকমাবামক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 01st, 11:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত মহিলাৰ জুডোত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে সুশীলা দেৱী লিকমাবামক অভিনন্দন জ্ঞাপন কৰে।