কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী উমেশ কট্টীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

September 07th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী উমেশ কট্টীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷