প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ যাদৱৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

January 12th, 11:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ যাদৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কয় যে তেওঁ ড০ লোহিয়াৰ আদৰ্শৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল৷