হিন্দী আৰু উড়িয়া চিনেমাৰ কিংবদন্তি শ্ৰীযুত সাধু মেহৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

February 03rd, 02:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী আৰু উড়িয়া চিনেমাৰ কিংবদন্তি শ্ৰীযুত সাধু মেহৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।