শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 05th, 07:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।৫ ছেপ্টেম্বৰত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 04th, 05:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ছেপ্টেম্বৰত সন্ধিয়া ৭ বজাত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চ (এছআৰচিচি) ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীক সাক্ষাৎ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ
April 25th, 10:50 pm
শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ এটা প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চলিত বৰ্ষটো শিক্ষানুষ্ঠানখনৰ শতবাৰ্ষিকী আৰু শিক্ষাৰ উৎকৃষ্টতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। তেওঁ উচচ শিক্ষাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ দীৰ্ঘদিনীয়া অৱদান আৰু বিভিন্ন ক্ষেত্ৰৰ নেতৃবৃন্দৰ প্ৰজন্মৰ প্ৰতিপালনত ইয়াৰ ভূমিকাৰ প্ৰশংসা কৰে।