কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ পিছত হোৱা পৰিস্থিতি সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে
August 15th, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাৰ সৈতে কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত হোৱা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
October 24th, 12:55 pm
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।