পাণ্ডুলিপি সংৰক্ষণৰ বাবে আচাৰ্য শ্ৰী কৈলাশাসাগৰসুৰী জ্ঞানমন্দিৰৰ প্ৰচেষ্টাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 31st, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাণ্ডুলিপি সংৰক্ষণৰ বাবে আচাৰ্য শ্ৰী কৈলাশাসাগৰসুৰী জ্ঞানমন্দিৰে গ্ৰহণ কৰা কামৰ প্ৰশংসা কৰে। মই গৌৰৱান্বিত যে আমাৰ দেশত এনে বহুতো উৎসাহী দল আছে, যিসকলে এই কামত আগভাগ লৈছে, যাতে ভৱিষ্যৎ প্ৰজন্মই আমাৰ সমৃদ্ধিশালী ইতিহাসৰ সৈতে জড়িত হৈ থাকে।