প্ৰধানমন্ত্ৰীয়ে শ্ৰী কে কামৰাজক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে

July 15th, 09:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী কে কামৰাজক তেওঁৰ জন্মজয়ন্তীত স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী কে কামৰাজে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক অসামান্য অৱদান আগবঢ়াইছে আৰু এজন সহানুভূতিশীল প্ৰশাসক হিচাপে এক প্ৰভাৱ বিস্তাৰ কৰিছে।

শ্ৰী কে কামৰাজৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

July 15th, 11:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী কে কামৰাজৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।