শ্ৰী ইন্দিবৰ দেউৰীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

March 08th, 08:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট পণ্ডিত শ্ৰী ইন্দিবৰ দেউৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।