এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 28th, 03:35 pm
শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 28th, 11:45 am
মই আৰম্ভ কৰাৰ পূৰ্বে একাংশ শিশুৰ হাতত অংকন দেখা পাইছো। অনুগ্ৰহ কৰি এছপিজি আৰু স্থানীয় আৰক্ষীক এয়া সংগ্ৰহ কৰাত সহায় কৰিব। পিছফালে ঠিকনা লিখিলে নিশ্চয় ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিম। অনুগ্ৰহ কৰি অংকনসমূহ তেওঁলোকক দিয়ক; তেওঁলোকে সংগ্ৰহ কৰিব। শিশুসকলে ইমান কষ্ট কৰিছে। মই যদি তেওঁলোকৰ লগত অন্যায় কৰো, তেন্তে মই আঘাত পাম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য।শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 10:20 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অতি শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ, শ্ৰদ্ধাৰ মহন্ত নৃত্য গোপাল দাস জী, পূজনীয় সাধু সমাজ, ইয়াত উপস্থিত থকা সকলো ভক্ত, এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱা দেশ আৰু বিশ্বৰ কোটি-কোটি ৰামভক্ত, ভদ্ৰলোক আৰু মহিলাসকল!অযোধ্যাত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 25th, 10:13 am
দেশৰ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত পবিত্ৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ শিখৰত আনুষ্ঠানিকভাৱে গেৰুৱা পতাকা উত্তোলন কৰে। ধ্বজাৰোহণ উৎসৱ মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু সাংস্কৃতিক উদযাপন তথা ৰাষ্ট্ৰীয় একতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ প্ৰতীক। এই উপলক্ষে এটা সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অযোধ্যা চহৰখনে ভাৰতৰ সাংস্কৃতিক চেতনাৰ আন এক শিখৰত উপনীত হৈছে। ‘আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ভগৱান শ্ৰীৰামৰ আত্মাৰে ভৰি পৰিছে’, শ্ৰী মোদীয়ে মন্তব্য কৰি কয় যে ৰামৰ প্ৰতিজন ভক্তৰ হৃদয়ত অনন্য সন্তুষ্টি, অসীম কৃতজ্ঞতা আৰু অপৰিসীম ঐশ্বৰিক আনন্দ আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বহু শতিকা পুৰণি আঘাতবোৰ আৰোগ্য হৈছে, বহু শতিকাৰ বেদনাৰ অন্ত পৰিছে আৰু বহু শতিকাৰ সংকল্পই আজি পূৰ্ণতা লাভ কৰিছে। তেওঁ ঘোষণা কৰে যে এইটোৱে এক যজ্ঞৰ পৰিণতি চিহ্নিত কৰে যাৰ জুই ৫০০ বছৰ ধৰি জ্বলিয়েই আছিল, এক যজ্ঞ যি কেতিয়াও বিশ্বাসত বিচলিত হোৱা নাছিল, এক মুহূৰ্তৰ বাবেও বিশ্বাস ভংগ কৰা নাছিল। তেওঁ উল্লেখ কৰে যে আজি ভগৱান শ্ৰীৰামৰ গৰ্ভগৃহৰ অসীম শক্তি আৰু শ্ৰীৰামৰ পৰিয়ালৰ ঐশ্বৰিক গৌৰৱ এই ধৰ্মধ্বজাৰ ৰূপত ঐশ্বৰিক আৰু ভব্য মন্দিৰত সন্নিবিষ্ট কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ২৫ নৱেম্বৰত অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব
November 24th, 12:01 pm
ৰাষ্ট্ৰৰ সমাজ-সাংস্কৃতিক আৰু আধ্যাত্মিক বাতাবৰণৰ এক গুৰুত্বপূৰ্ণ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব।ভূটানৰ প্ৰধানমন্ত্ৰীৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰ ভ্ৰমণক আদৰণি প্ৰধানমন্ত্ৰীৰ
September 06th, 08:28 pm
প্ৰধানমন্ত্ৰী টবগেই তেওঁৰ পত্নীৰ সৈতে অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰত প্ৰাৰ্থনা কৰা দেখি আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰভু শ্ৰীৰামৰ আদৰ্শই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক শক্তি আৰু প্ৰেৰণা দিয়ে, শ্ৰী মোদীয়ে কয়।People's hearts in Ayodhya as big as Prabhu Shri Ram, says PM as he holds a spectacular roadshow
May 05th, 07:45 pm
After praying to Prabhu Shri Ram at the Ramjanmabhoomi Teerth Kshetra in Ayodhya, Prime Minister Narendra Modi held a spectacular roadshow in the iconic city of Uttar Pradesh. People's hearts in Ayodhya as big as Prabhu Shri Ram, PM Modi wrote on social media platform 'X'.Stamp more than paper or artwork, says PM Modi on release of stamp on Shree Ram Mandir
January 18th, 02:10 pm
Prime Minister Narendra Modi released six special commemorative postage stamps dedicated to the Shri Ram Janmabhoomi temple along with an album carrying similar stamps related to Lord Ram issued earlier in different countries of the world. He congratulated all the devotees of Lord Ram in Bharat and abroad on the occasion. The Prime Minister said, We all know that these stamps are pasted on envelopes to send letters or important documents. These tickets are not just pieces of paper, but the smallest form of history books, artifacts, and historical sites.শ্ৰী ৰাম জন্মভূমি মন্দিৰলৈ উৎসৰ্গিত ছয়টা স্মাৰক ডাক টিকট মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে
January 18th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰাম জন্মভূমি মন্দিৰলৈ উৎসৰ্গিত ছয়টা বিশেষ স্মাৰক ডাক টিকট মুকলি কৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশত পূৰ্বতে জাৰি কৰা ভগৱান ৰাম সম্পৰ্কীয় একে ধৰণৰ ডাক টিকটৰ এটা এলবামও মুকলি কৰে। তেওঁ এই উপলক্ষে ভাৰত আৰু বিদেশত থকা ভগৱান ৰামৰ সকলো ভক্তক অভিনন্দন জনায়।ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
October 25th, 08:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াসকলৰে মিলিত হয়। তেওঁলোকে শ্ৰী ৰাম মন্দিৰৰ অভিষেক (প্ৰাণ প্ৰতিষ্ঠা)ৰ বাবে শ্ৰী মোদীক আমন্ত্ৰণ জনায়।‘হৰ ঘৰ তিৰংগা’ অভিযানক লৈ সৃষ্টি হোৱা উদ্দীপনাময় পৰিৱেশৰ উদাহৰণ দাঙি ধৰিছে প্ৰধানমন্ত্ৰীয়ে
August 14th, 02:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হৰ ঘৰ তিৰংগা’ অভিযানক লৈ দেশ জুৰি সৃষ্টি হোৱা উদ্দীপনাময় পৰিৱেশটো সন্দৰ্ভত বিভিন্ন উদাহৰণ দাঙি ধৰিছে।ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী পূৰ্তি উপলক্ষে ১০০টকীয়া মুদ্ৰা মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা
October 12th, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগীসকল, বেলেগ বেলেগ ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকল, দেশ-বিদেশেৰে জড়িত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীৰ প্ৰশংসক তথা পৰিয়ালৰ সদস্য, তেওঁৰ স্নেহভাজন আৰু মোৰ মৰমৰ ভাই-ভনীসকল।ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰ
October 12th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজমাতালৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।Ram Temple will unify the entire nation, says PM Modi in Ayodhya
August 05th, 01:21 pm
Prime Minister Narendra Modi said the process of construction of Ram Temple will unify the entire nation. He said the historic moment is a proof of the resolve of crores of devotees of Ram.In Ayodhya, PM Modi remembers untiring efforts of everyone associated with Ram Mandir movement
August 05th, 01:18 pm
After the Bhoomi Pujan of the Ram Janmabhoomi Temple in Ayodhya, PM Narendra Modi remembered the sacrifices and untiring efforts of each and everyone associated with the Ram Mandir movement. He bowed to them and remarked, “This day is a symbol of their resolve, their sacrifices and determination. During the Ram Mandir movement, there was dedication, there were challenges but also there was resolution.”কাইলৈ ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে
August 04th, 07:07 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অযোধ্যাত ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে