‘২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষৰ বাবে ক্ষুদ্ৰ জলবিদ্যুৎ (এছ এইচ পি) উন্নয়ন আঁচনি’ৰ বাবে কেবিনেটৰ অনুমোদন
March 18th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত আনুমানিক ১৫০০ মেগাৱাট ক্ষমতাসম্পন্ন ক্ষুদ্ৰ জলবিদ্যুৎ (এছ এইচ পি) প্ৰকল্পৰ বাবে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষৰ সময়ছোৱাৰ বাবে ‘ক্ষুদ্ৰ জলবিদ্যুৎ (এছ এইচ পি) উন্নয়ন আঁচনি’ত অনুমোদন জনোৱা হৈছে।