পুৰুষৰ শ্বট পুট (F57) প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে সোমন ৰাণাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সোমন ৰাণাক অভিনন্দন জনায়।পুৰুষৰ শ্বট পুট (F57) প্ৰতিযোগিতাত ৰূপৰ পদক জয়ৰ বাবে শুভম জুৱেলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে শুভম জুৱেলক অভিনন্দন জনায়।২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ57 ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শিল্পা কাঞ্চুগাৰকোপ্পালু শ্বাইলাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন
July 28th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ 57 ৰ ফাইনেলত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শিল্পা কাঞ্চুগাৰকোপ্পালু শ্বাইলাক অভিনন্দন জনাইছে।২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট এফ 57-ত স্বৰ্ণ জয় কৰাৰ বাবে শৰ্মিলাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন
July 28th, 02:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ 57 শিতানত স্বৰ্ণ পদক লাভ কৰাৰ বাবে শৰ্মিলাক অভিনন্দন জনাইছে।