Joint Statement: Official visit of Shri Narendra Modi, Prime Minister of India to Kuwait (December 21-22, 2024)
December 22nd, 07:46 pm
PM Modi paid an official visit to Kuwait, at the invitation of His Highness the Amir of the State of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah. During his first visit to the country, PM Modi attended the opening ceremony of the 26th Arabian Gulf Cup as the 'Guest of Honour' and held comprehensive talks to deepen bilateral ties.কুৱেইটৰ আমীৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
December 22nd, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথমটো সাক্ষাৎ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বায়ান প্ৰাসাদত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয় আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে সাদৰ সম্ভাষনেৰে আদৰি আনে।প্ৰধানমন্ত্ৰীক প্ৰদান কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা
December 22nd, 04:37 pm
কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা মুবাৰক আল-কাবীৰৰ অৰ্ডাৰ প্ৰদান কৰে। অনুষ্ঠানত কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেইখ আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহো উপস্থিত থাকে।Prime Minister attends Arabian Gulf Cup as Guest of Honour of His Highness the Amir of Kuwait
December 21st, 10:24 pm
On the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of Kuwait, Prime Minister Shri Narendra Modi attended the opening ceremony of the 26th Arabian Gulf Cup in Kuwait as his ‘Guest of Honour’.কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
December 21st, 03:39 pm
কুৱেইটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনোৱা হয়। ৪৩ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমিৰ, ক্ৰাউন প্ৰিন্স আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব। ভাৰতীয় সমাজৰ লগত মত বিনিময় কৰাৰ লগতে আৰব গালফ কাপৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।PM Modi's departure statement ahead of his visit to Kuwait
December 21st, 09:21 am
PM Modi will visit Kuwait on 21-22 December 2024, at the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of the State of Kuwait. This will be the first visit of an Indian PM to Kuwait in 43 years. During the visit, PM Modi will hold discussions with the leadership of Kuwait. He will also interact with the Indian community in Kuwait.২০২৪ চনৰ ২১-২২ ডিচেম্বৰলৈ কুৱেইট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
December 19th, 11:45 am
কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২১-২২ ডিচেম্বৰত কুৱেইট ভ্ৰমণ কৰিব। ৪৩ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম কুৱেইট ভ্ৰমণ।PM congratulates new Emir of Kuwait
December 20th, 10:22 pm
The Prime Minister, Shri Narendra Modi, congratulated His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah for taking over as the new Emir of Kuwait today.