ডুবাইৰ যুৱৰাজ, ইউএইৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰীয়ে জনায়

April 08th, 05:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএইৰ উপ-প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ যুৱৰাজ শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ অল মাকতুমক আদৰণি জনায়।