ত্ৰিনিদাদ আৰু টোবাগোত ভাৰতক জানক (Know India) কুইজৰ বিজয়ীসকলৰে মিলিত প্ৰধানমন্ত্ৰী
July 04th, 09:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ত্ৰিনিদাদ আৰু টোবাগোত ভাৰতক জানক (Know India) কুইজৰ বিজয়ী যুৱক শংকৰ ৰামজত্তন, নিকোলাছ মাৰাজ আৰু ভিন্স মাহাতোৰ সৈতে মিলিত হয়।