সেৱা তীৰ্থত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপটেক ষ্টাৰ্টআপৰ চি ই অ’ৰ সৈতে ঘূৰণীয়া মেজমেলৰ আয়োজন প্ৰধানমন্ত্ৰীৰ
February 20th, 12:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত সেৱা তীৰ্থত এআই আৰু ডিপটেক ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হয়।সংবিধান দিৱসত প্ৰস্তাৱনা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াবৰ্গই
November 26th, 09:25 pm
সংবিধান দিৱস উপলক্ষে আজি প্রধানমন্ত্রীৰ কার্যালয়ত ভাৰতীয় সংবিধানৰ প্রস্তাৱনা পাঠ কৰা হয়৷PM Modi congratulates RBI Governor on being rated A+ for second time in Global Finance Banker Report Cards
August 21st, 09:33 am
The Prime Minister, Shri Narendra Modi today congratulated RBI Governor Shri Shaktikanta Das on being rated “A+”, for the second time in a row, in Global Finance Central Banker Report Cards 2024.‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ’ৰ্ট কাৰ্ড ২০২৩’ত “এ+” ৰেটিং লাভ কৰাৰ বাবে শক্তিকান্ত দাসক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
September 01st, 10:53 pm
‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ'ৰ্ট কাৰ্ড ২০২৩’ত এ+ ‘ৰেটিং’ লাভ কৰাৰ বাবে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এ+ ৰেটিং’ লাভ কৰা কেন্দ্ৰীয় বেংকৰ তিনিগৰাকী গভৰ্ণৰৰ তালিকাৰ শীৰ্ষত ৰখা হৈছে শ্ৰী দাসক।