এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে শৈলেশ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 23rd, 12:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে শৈলেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।