Prime Minister pays tribute to Bhagat Singh, Rajguru, and Sukhdev on Shaheed Diwas
March 23rd, 08:29 am
On the occasion of Shaheed Diwas, PM Modi paid rich tributes to the great freedom fighters Bhagat Singh, Rajguru and Sukhdev. Lauding their bravery, he observed that the martyrdom of these iconic heroes for the nation remains deeply etched in India's collective memory. He highlighted that they chose the path of sacrifice with conviction, placing the nation above their own lives..২৫ নৱেম্বৰত কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 24th, 12:44 pm
প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪ বজাত ভগৱান কৃষ্ণৰ পবিত্ৰ শঙ্খৰ সন্মানাৰ্থে নিৰ্মাণ কৰা নৱনিৰ্মিত 'পাঞ্চজন্য' উদ্বোধন কৰিব। ইয়াৰ পাছত, তেওঁ মহাভাৰত অনুভৱ কেন্দ্ৰ ভ্ৰমণ কৰিব। এয়া হৈছে এক জীৱন্ত পৰীক্ষামূলক কেন্দ্ৰ য'ত মহাভাৰতৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহ বৰ্ণনা কৰি ইয়াৰ স্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ ওপৰত আলোকপাত কৰা বিভিন্ন বিষয় সংলগ্ন কৰা হৈছে।শ্বহীদ দিৱসৰ দিনা ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেওঁলোকৰ চৰম ত্যাগক সন্মান জনায়।শ্বহীদ দিৱসত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত লাল কিলাত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্ব সমাৰোহত ভাগ ল'ব
April 20th, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ এপ্ৰিল ২০২২ত নিশা প্ৰায় ৯:১৫ বজাত নতুন দিল্লীৰ লাল কিলাত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্ব সমাৰোহত ভাগ ল'ব। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনসমাবেশক সম্বোধন কৰিব আৰু এটা স্মাৰক মুদ্ৰা তথা ডাক টিকটো জাৰি কৰিব।শ্বহীদ দিৱসত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:19 am
আজি শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰে।‘শ্বহীদ দিৱস’ত কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘বিপ্লৱী ভাৰত বিথিকা’
March 22nd, 11:45 am
অহা ২৩ মাৰ্চত অনুষ্ঠিতব্য ‘শ্বহীদ দিৱসৰ দিনা’ আবেলি ৬ বাজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উক্ত অনুষ্ঠানত সমবেত ৰাইজক সম্বোধি ভাষণো প্ৰদান কৰিব।