
The people of Delhi have suffered greatly because of AAP-da: PM Modi during Mera Booth Sabse Mazboot programme
January 22nd, 01:14 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.
PM Modi Interacts with BJP Karyakartas Across Delhi under Mera Booth Sabse Mazboot via NaMo App
January 22nd, 01:00 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.
কেৱল বিজেপিয়ে দিল্লীক ইয়াৰ আকাংক্ষিত উচ্চতাত অৱৰোহণ কৰিব পাৰিবঃ প্ৰধানমন্ত্ৰী মোদী
February 03rd, 04:06 pm
দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীয়ে আজি শ্বাহদাৰাৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ দিল্লীৰ জনতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘দিল্লীবাসীৰ প্ৰতিটো ঘামৰ টোপালে চহৰখনক আজিৰ স্থানত উপনীত কৰিছে৷ দিল্লী এখন কেৱল চহৰ নহয়, ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য৷ দিল্লীয়ে প্ৰতিজন ভাৰতীয়ক আশ্ৰয় প্ৰদান কৰিছে৷’’দিল্লীৰ শ্বাহদাৰাৰ এক বৃহৎ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান
February 03rd, 04:00 pm
দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আজি শ্বাহদাৰাৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ দিল্লীৰ জনতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘দিল্লীবাসীৰ প্ৰতিটো ঘামৰ টোপালে চহৰখনক আজিৰ স্থানত উপনীত কৰিছে৷ দিল্লী এখন কেৱল চহৰ নহয়, ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য৷ দিল্লীয়ে প্ৰতিজন ভাৰতীয়ক আশ্ৰয় প্ৰদান কৰিছে৷’’