প্ৰধানমন্ত্ৰীৰ আহমদাবাদ, গুজৰাটৰ এছজিভিপি গুৰুকুলত ভাৱ বন্দনা পৰৱ উপলক্ষে দিয়া বাৰ্তাৰ পাঠ

March 20th, 08:31 pm

আজি ভাৱবন্দনাৰ পৱিত্ৰ পৰ্ব মই দেখি আছো। গুৰুদেৱ শাস্ত্ৰীজী আৰু তেওঁৰ এক সাধনা আছিল, তপস্যা আছিল, সমাজৰ বাবে সমৰ্পণ আছিল, যাৰ সুন্দৰতাৰে ৰচনা কৰি শ্ৰী ধৰ্মজীৱন গাথা স্বৰূপে এখন প্ৰেৰণাদায়ক গ্ৰন্থ পূজ্য মাধৱপ্ৰিয় দাসজী মহাৰাজে দিলে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ আহমদাবাদ, গুজৰাটৰ এছজিভিপি গুৰুকুলত ভাৱ বন্দনা পৰৱ উপলক্ষে বাৰ্তা

March 20th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমদাবাদ, গুজৰাট স্থিত এছজিভিপি গুৰুকুলৰ ভাৱ বন্দনা পৰৱ উপলক্ষে ভাষণ দিয়ে। এই কাৰ্যক্ৰমৰ আয়োজন পূজ্য শাস্ত্ৰীজী মহাৰাজৰ জীৱনী 'শ্ৰী ধৰ্মজীৱন গাথা'ৰ উন্মোচন উপলক্ষে কৰা হৈছিল।