ছেচিলছৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
June 29th, 08:00 am
ছেচিলছৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছেচিলছৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ছেচিলছত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।মৰিচাছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 28th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য মাহেৰ ভিক্টোৰিয়াত ডাঃ নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে সাক্ষাৎ কৰে। ছেচেলছৰ সোণালী জয়ন্তী ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত দুয়েগৰাকী নেতাই এক বৈঠকত মিলিত হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এয়া চতুৰ্থখন বৈঠকত মিলিত হয়।ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ
June 28th, 08:30 pm
২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।ফলাফলৰ সবিশেষঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ছেচিলছ ভ্ৰমণ
June 28th, 08:17 pm
ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰছিচেলছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি
June 27th, 03:30 pm
ছিচেলছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিয়ে উষ্ম আদৰণি জনায়। ইয়াৰ উপৰিও পৰম্পৰাগত নৃত্য-গীতৰ বিশেষ সাংস্কৃতিক কাৰ্য়ক্ৰম উপস্থাপন কৰা হয়। এই ভ্ৰমণত ভাৰত-চিচেলছৰ ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক সম্পৰ্কত আলোকপাত কৰা হৈছে, য’ত বিভিন্ন খণ্ডৰ মাজত সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ নেতৃবৰ্গৰ সৈতে মিলিত হৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত সহযোগিতা আৰু অধিক প্ৰসাৰৰ দিহা কৰিব।ছিচেলছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি(২৭-২৯ জুন২০২৬)
June 27th, 08:25 am
মোৰ বন্ধু, ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মাননীয় ড০ পেট্ৰিক হাৰ্মিনিৰ আমন্ত্ৰণত, মই ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ২৭ ৰ পৰা ২৯ জুন,২০২৬ ছিচেলছলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিম।ছিচেলছলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ (২৭-২৯ জুন, ২০২৬)
June 25th, 06:05 pm
ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণক্ৰমে ২০২৬ চনৰ ২৭ৰ পৰা ২৯ জুনলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছ ভ্ৰমণ কৰি ভাৰতৰ ‘মহাসাগৰ’ দৃষ্টিভংগী আগুৱাই নিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস-ৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিৰ সৈতে এলানি আলোচনাত মিলিত হ’ব। তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয়সমাজৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী
February 09th, 03:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
February 09th, 01:00 pm
ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
October 12th, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ড° পেট্ৰিক হাৰ্মিনীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।ভাৰত-ছেচিলছৰ উচ্চ স্তৰীয় ভাৰ্চুৱেল অনুষ্ঠান (০৮ এপ্ৰিল,২০২১)ত প্ৰধানমন্ত্ৰীৰ ভাষ
April 08th, 04:48 pm
মই ৰাষ্ট্ৰপতি সন্মানীয় ৱাভেল ৰামকালাৱান মহোদয়ক সম্ভাৱন জনাই ভাষণৰ আৰম্ভণি কৰিব বিচাৰিছো। তেওঁ এগৰাকী ভাৰতীয় সন্তান আৰু তেওঁৰ বংশ শিপা আছিল বিহাৰৰ গোপালগঞ্জ জিলাত। তেওঁৰ সাফল্যত আজি প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে।ভাৰত-ছেশ্বেলছৰ উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠান (৮ এপ্ৰিল ২০২১)
April 07th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেশ্বেলছত ভাৰতীয় প্ৰকল্প মুকলি কৰিবলৈ ৮ এপ্ৰিল ২০২১ তাৰিখে ছেশ্বেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ৱাভেল ৰামকালাৱানৰ সৈতে এক উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷Social Media Corner 25 June 2018
June 25th, 07:23 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!ছেইছেলছৰ ৰাষ্ট্ৰপতিৰ ভাৰতৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত ভাৰত আৰু ছেইছেলছৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিৰ তালিকা
June 25th, 03:26 pm
ছেইছেলছৰ ৰাষ্ট্ৰপতিৰ ভাৰতৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত ভাৰত আৰু ছেইছেলছৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিৰ তালিকাছিছেলছৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ (২৫ জুন, ২০১৮)
June 25th, 01:40 pm
ৰাষ্ট্ৰপতি ফ’ৰে আৰু তেখেতৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোক আজি এনেদৰে স্বাগতম জনাবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য বুলি গণ্য কৰিছো৷ ২০১৫ চনত মই কৰা ছিছেল্চ ভ্ৰমণ, যিটো Indian Ocean region ত মোৰ প্ৰথমটো ভ্ৰমণ আছিল৷ সেই সময়তেই তদানীন্তন ৰাষ্ট্ৰপতি জেমছ মিছেলেও ভাৰত ভ্ৰমণ কৰিছিল৷PM's meetings on the sidelines of CHOGM18 in London
April 19th, 08:45 pm
Prime Minister Narendra Modi held bilateral level talks with leaders of several nations in the sidelines of Commonwealth Heads of Government Meeting 2018 in London.PM's bilateral meetings on the sidelines of International Solar Alliance Founding Conference
March 11th, 05:08 pm
PM Narendra Modi today held bilateral level talks with several heads of states on the sidelines of the International Solar Alliance Founding Conference in New Delhi. He met leaders from Abu Dhabi, Sri Lanka, Bangladesh, Seychelles, Comoros and several other countries.Seychelles Parliamentary Delegation Calls on Prime Minister
August 10th, 06:05 pm
A 12-member delegation of the Seychelles Parliament met PM Narendra Modi today. PM Modi welcomed increased exchanges between the legislatures of both countries. He appreciated their role in upholding strong and vibrant ties between India and Seychelles as close partners, including in the Indian Ocean.PM’s Statement to the Media with President Michel of Seychelles
August 26th, 01:45 pm
PM greets the people of Seychelles on their National Day
June 18th, 11:17 am