প্ৰধানমন্ত্ৰীক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতস্থিত নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰৰ

October 11th, 11:58 pm

ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।