ছাৰ্বিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 18th, 03:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি. এআই ইমপেক্ট ছামিটৰ সময়তে ছাৰ্বিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ বুচিচৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি বুচিচক ধন্যবাদ জনায়। তেওঁ ৰাষ্ট্ৰপতি বুচিচে ২০১৭ চনত ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটত অংশগ্ৰহণ কৰা আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হোৱা দ্বিতীয় ভইচ অৱ দ্য গ্ল’বেল চাউথ ছামিটত অংশগ্ৰহণ কৰাৰ বিষয়েও স্মৰণ কৰে।১৬ ফেব্ৰুৱাৰীত ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।