মিয়াগি প্ৰিফেকচাৰৰ চেণ্ডাইস্থিত এটা অৰ্ধপৰিবাহী প্ৰকল্প পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

August 30th, 11:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী শ্বিগেৰু ইছিবাৰ সৈতে মিয়াগি প্ৰিফেকচাৰৰ অন্তৰ্গত চেণ্ডাইলৈ যাত্ৰা কৰে। চেণ্ডাইত দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ জাপানী কোম্পানী টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেড (টি ই এল মিয়াগি) পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰী মোদীক বিশ্ব অৰ্ধপৰিবাহী মূল্য শৃংখলত টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেডৰ ভূমিকা, ইয়াৰ উন্নত উৎপাদন ক্ষমতা তথা ভাৰতৰ সৈতে বৰ্তমান চলি থকা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা সহযোগিতাৰ বিষয়ে অৱগত কৰা হয়। প্ৰকল্পটো ভ্ৰমণৰ জৰিয়তে নেতাদ্বয়ে অৰ্ধপৰিবাহী যোগান শৃংখল, নিৰ্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ মাজত থকা সুযোগসমূহৰ অন্বেষণ কৰে।

In India, we are committed to walk the talk on the implementation of Sendai Framework: PM Modi

November 03rd, 12:17 pm

PM Modi addressed the first after the adoption of the Sendai Framework for Disaster Risk Reduction. PM said that 2015 was a momentous year as International Community adopted 2 major frameworks - the Sustainable Development Goals & the Paris Agreement on Climate Change. PM also outlined a ten-point agenda for renewing our efforts towards disaster risk reduction.