Cabinet approves Rs.1,500 crore Incentive Scheme to promote Critical Mineral Recycling in the country
September 03rd, 07:16 pm
The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today approved a Rs.1,500 crore Incentive Scheme to develop recycling capacity in the country for the separation and production of critical minerals from secondary sources.প্ৰধানমন্ত্ৰীয়ে ১৯ অক্টোবৰত 'কৰ্মযোগী সপ্তাহ' - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ শুভাৰম্ভ কৰিব
October 18th, 11:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত 'কৰ্মযোগী সপ্তাহ' শীৰ্ষক ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ কৰিব।ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি
October 10th, 05:42 pm
আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;এআইইউৰ ৯৫ তম বৈঠক আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
April 14th, 10:25 am
এই কাৰ্যসূচীত মোৰ সৈতে উপস্থিত থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰতজী, দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণীজী, গুজৰাটৰ শিক্ষামন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ সিংজী, ইউজিচিৰ অধ্যক্ষ অধ্যাপক ডি পি সিংজী, বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমী উপাধ্যায়জী, এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিজৰ সভাপতি অধ্যাপক তাজ প্ৰতাপজী, প্ৰতিগৰাকী গণ্যমান্য ব্যক্তি আৰু বন্ধুবৰ্গ।ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থাৰ ৯৫তম বাৰ্ষিক অধিৱেশন আৰু উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় ছেমিনাৰত ভাষণ প্ৰদান কৰে৷ তাতে তেওঁ বাবাচাহেব বিষয়ক চাৰিখন গ্ৰন্থও উন্মোচন কৰে৷ এই গ্ৰন্থকেইখন ৰচনা কৰিছে শ্ৰী কিশোৰ মাকৱানাই৷ অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও উপস্থিত আছিল৷ অনুষ্ঠানটোৰ উদ্যোক্তা আছিল আহমেদাবাদৰ ড০ বাবাচাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়৷We should work towards integrating technology in the entire legal set-up: CM at All Gujarat Public Prosecutors’ Seminar
April 27th, 06:26 pm
We should work towards integrating technology in the entire legal set-up: CM at All Gujarat Public Prosecutors’ Seminar