৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ
August 15th, 04:44 pm
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।১২ বছৰীয়া পৰিৱৰ্তনঃ স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
August 15th, 01:18 pm
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত সংঘটিত ভাৰতৰ পৰিৱৰ্তনৰ বিষয়ত আলোকপাত কৰি উৎপাদন, ডিজিটেল আন্তঃগাঁথনি, মৌলিক সুবিধা, শক্তি সুৰক্ষা, যুৱ সবলীকৰণ, উদ্ভাৱন, সামাজিক সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহত হোৱা অগ্ৰগতিৰ ৰূপৰেখা দাঙি ধৰে।এবছৰত ১ কোটি যুৱক-যুৱতীক এআই দক্ষতাৰে সজ্জিত কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ
August 15th, 01:01 pm
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, ক্ৰীড়া, নাগৰিক প্ৰতিৰক্ষা, অৰ্ধপৰিবাহী নিৰ্মাণ, পাৰমাণৱিক শক্তি আৰু মহিলা নেতৃত্বাধীন উন্নয়নক সামৰি এক ধাৰাবাহিক পদক্ষেপ তথা লক্ষ্যৰ কথা ঘোষণা কৰে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 08th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 04:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 01st, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।PM to visit Andhra Pradesh and Karnataka on 1 August
July 31st, 09:56 am
PM Modi will visit Andhra Pradesh and Karnataka on 1 August. In Andhra Pradesh, he will inaugurate the Alluri Sitarama Raju International Airport and launch development projects worth over ₹17,900 crore. He will also lay the foundation stone for Andhra Pradesh's first semiconductor manufacturing facility. During his visit to Karnataka, he will inaugurate the Swami Vivekananda Cultural Youth Centre - Viveka Smaraka in Mysuru.সংসদৰ ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ইংৰাজী অনুবাদ
July 20th, 10:30 am
বাৰিষা ঋতুৱে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনো আৰম্ভ হৈছে। বাৰিষাই হওক বা বৰ্ষাকালীন অধিৱেশনেই হওক, যেতিয়া দুয়োটাই সক্ৰিয় হয়, তেতিয়া সেইবোৰ অত্যন্ত উৎপাদনশীল হৈ পৰে। আৰু যেতিয়া দুয়োটাই উৎপাদনশীল হয়, তেতিয়া উভয়ে ৰাষ্ট্ৰ আৰু সকলো জীৱৰ কল্যাণৰ প্ৰতি অৰিহণা যোগায়। এই আশাৰে আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো সমানেই উৎপাদনশীল হওক।২০২৬চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি
July 20th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰে। সংসদৰ নতুন অধিৱেশনৰ আৰম্ভণিত অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক বতৰ আৰু বিধায়িনী উৎপাদনশীলতাৰ মাজত এক চিত্তাকৰ্ষক সমান্তৰাল ধাৰণা উল্লেখ কৰে। দেশৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত সক্ৰিয় আৰু অগ্ৰগামী চিন্তাধাৰাৰ ব্যাপক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অত্যন্ত গঠনমূলক ফলাফলৰ আশা প্ৰকাশ কৰে যি অৱশেষত সকলো জীৱকে উপকৃত কৰে। আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো ফলপ্ৰসূ হওক, শ্ৰী মোদীয়ে মন্তব্য কৰে।চণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 17th, 02:08 pm
চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়
July 17th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।ছেমিকন ২.০ত কেবিনেটৰ অনুমোদন-ভাৰতত ছেমিকণ্ডাক্টৰসমূহক দীৰ্ঘম্যাদী নীতিগত সমৰ্থনৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ
July 15th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ছেমিকণ্ডাক্টৰ শৈলী প্ৰস্তুত আৰু উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে মুঠ বাজেট ব্যয় হৈছে ১,২৭,৫০০ কোটি টকা সাপেক্ষ ছেমিকন ২.০ ত অনুমোদন জনাইছে।Australia-India Partnership on Cyber, Critical Technologies and Supply Chains (PACTS)
July 09th, 11:04 am
PM Modi and Australian Prime Minister Anthony Albanese launched the Australia-India Partnership on Cyber, Critical Technologies and Supply Chains (PACTS), paving the way for closer cooperation in cybersecurity, critical technologies, resilient supply chains, digital resilience and defence research collaborationঅৰ্থনৈতিক পৰিকল্পনা ব্যৱসায়িক সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 06:15 am
এতিয়া বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনে ইয়াৰ সুযোগতে ডেউকা মেলিবলৈ সাজু হৈছে। আৰু আপোনালোক সকলোৱে ইয়াক নতুন উচ্চতালৈ লৈ যাব লাগিব।