এছিয়ান গেমছ ২০২২ত মহিলা ডিস্কাছ থ্ৰ’ ইভেণ্টত সীমা পুনিয়াৰ ব্ৰঞ্জৰ পদক লাভত প্ৰধানমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ
October 01st, 11:16 pm
হাংঝাউত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত মহিলা ডিস্কাছ থ্ৰ’ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমা পুনিয়াক অভিনন্দন জনাইছে।