Prime Minister condoles the passing of Dr. Subhash C. Kashyap

June 04th, 10:22 pm

Prime Minister Shri Narendra Modi today expressed deep pain over the passing of Dr. Subhash C. Kashyap, who previously served as Secretary General of the Lok Sabha.

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

March 24th, 08:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰে৷ দয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনাত মিলিত হয়৷