২৬তম এছচিঅ’সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 01st, 01:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ মুৰব্বী পৰিষদৰ ২৬ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে।

কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত ২৬ সংখ্যক এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

September 01st, 01:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ মুৰব্বী পৰিষদৰ ২৬ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ

August 31st, 09:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ মাজতে বিচকেকত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামান্য ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। এয়া আছিল এই বছৰৰ তেওঁলোকৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই ২০২৫চনৰ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা ২৩ সংখ্যক বাৰ্ষিক সন্মিলনত মিলিত হৈছিল।

প্ৰধানমন্ত্ৰী আৰু কিৰগিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত

August 31st, 04:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩১ আগষ্টত বিচকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) শীৰ্ষ সন্মিলনৰ সময়ত কিৰগিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰী ছাদিৰ ঝাপাৰ’ভক সাক্ষাৎ কৰে।

আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

August 31st, 03:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নিকোল পাচিনিয়ানে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে কিৰগিজ গণৰাজ্যৰ বিচকেকত সাক্ষাৎ কৰে। চলিত বৰ্ষৰ জুন মাহত আৰ্মেনিয়াৰ সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাচিনিয়ান আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এইয়া হৈছে প্ৰথমখন বৈঠক ।

এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ

August 31st, 03:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিচকেকত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি মহামান্য ড০ মাছৌদ পেজেস্কিয়ানৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণ

August 27th, 05:14 pm

উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ২৯-৩০ আগষ্টত উজবেকিস্তান ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ ৰ যুটীয়া উন্নয়নমূলক দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰপতি মিৰ্জিয়য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। পৰৱৰ্তী সময়ত, কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি সদিৰ ঝাপাৰোভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ আগষ্ট – ১ ছেপ্টেম্বৰ ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক 'এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেকলৈ যাত্ৰা কৰিব। তেওঁ ষষ্ঠ 'ৱৰ্ল্ড নমেড গেমছ'ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য

September 01st, 01:24 pm

আপোনাক লগ পাই বৰ ভাল লাগিছে আৰু মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱা মুহূৰ্তসমূহ স্মৰণীয় হৈ উঠে। আমি বহু কথা পতাৰ সুযোগ পাওঁ।

ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

September 01st, 01:08 pm

চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হয়।

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত বৃহৎ বক্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

September 01st, 12:48 pm

চীনৰ টিয়ানঝিনত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হয়, য’ত ইউক্ৰেইনৰ সংঘাত আলোচনাৰ এক প্ৰধান বিষয় আছিল। শেহতীয়াভাৱে শান্তিৰ দিশত কৰা প্ৰচেষ্টাক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। তেওঁ সংঘাতৰ অতি সোনকালে অন্ত পেলোৱাটো অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰি স্থায়ী শান্তিৰ পথ বিচাৰি উলিওৱাত জোৰ দিয়ে। বৃহত্তৰ মানৱীয় দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল আঞ্চলিক উদ্বেগ নহয় বৰঞ্চ মানৱতাৰ আহ্বান।

২৫ সংখ্যক এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 01st, 10:14 am

২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। উষ্ম আদৰণি আৰু সু-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ছিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে চীনৰ টিয়ানজিনত অনুষ্ঠিত ২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰে

September 01st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) ৰাষ্ট্ৰপতি পৰিষদৰ ২৫ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে। এই সন্মিলনত এছচিঅ’ উন্নয়ন কৌশল, বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন, সন্ত্ৰাসবাদ-বিৰোধী কাঠামো, শান্তি আৰু নিৰাপত্তা, অৰ্থনৈতিক আৰু আৰ্থিক সহযোগিতা তথা বহনক্ষম উন্নয়ন সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰা হয়।

চীনৰ টিয়ানজিনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

August 30th, 04:00 pm

কিছু সময়ৰ পূৰ্বে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব

জাপান আৰু চীন ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

August 28th, 08:40 pm

উক্ত ভ্ৰমণকালত আমি আমাৰ পৰৱৰ্তী পৰ্য্যায়ৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব গঢ়াত গুৰুত্ব আৰোপ কৰিম, যিয়ে ইতিমধ্যে বিগত এঘাৰ বছৰত অবিৰত আৰু উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আমি আমাৰ সহযোগিতাক নতুন প্ৰাণ দিবলৈ প্ৰয়াস গ্ৰহণ কৰিম, আমাৰ অৰ্থনৈতিক আৰু বিনিয়োগৰ সম্পৰ্কৰ পৰিসৰ আৰু আকাংক্ষা বৃদ্ধি কৰিম তথা এআই আৰু অৰ্ধপৰিবাহীকে প্ৰমুখ্য কৰি নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক আগবঢ়াই নিবলৈ চেষ্টা কৰিম। এই ভ্ৰমণ হ’ব আমাৰ জনসাধাৰণক সংযোগ কৰা আমাৰ সভ্যতাবাদী বান্ধোন আৰু সাংস্কৃতিক সম্পৰ্কক সুদৃঢ়কৰণৰ সুযোগো।

প্ৰধানমন্ত্ৰীৰ জাপান আৰু চীন ভ্ৰমণ

August 22nd, 06:15 pm

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণক্ৰমে ২৯–৩০ আগষ্ট, ২০২৫ৰ পৰা জাপান আৰু ৩১ আগষ্ট–১ ছেপ্টেম্বৰ, ২০২৫লৈ চীন ভ্ৰমণ কৰিব। জাপানত পঞ্চদশ ভাৰত–জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে আলোচনাত মিলিত হ’ব। চীনত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ

August 19th, 07:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৰ সদস্য তথা চীনৰ বৈদেশিক মন্ত্ৰী শ্ৰী ৱাং য়িক আদৰণি জনায়।

২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত যৌথ বিবৃতি

July 09th, 09:54 pm

২৷ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল বঁটাৰে সন্মানীত কৰে।

এছচিঅ' সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

July 04th, 01:29 pm

২০১৭ চনত কাজাখাস্তানৰ অধ্যক্ষতাৰ সময়ত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ')ত সদস্য হিচাপে ভাৰত অন্তৰ্ভুক্ত হৈছিল বুলি দেশে প্ৰশংসাৰে স্মৰণ কৰে। ভাৰতে ২০২০ চনত চৰকাৰী মুৰব্বী পৰিষদৰ লগতে ২০২৩ চনত ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠক দুখন আয়োজন কৰিছিল। এছচিঅ'য়ে আমাৰ বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে।

এছচিঅ' সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

July 04th, 01:25 pm

২০১৭ চনত কাজাখাস্তানৰ অধ্যক্ষতাৰ সময়ত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ')ত সদস্য হিচাপে ভাৰত অন্তৰ্ভুক্ত হৈছিল বুলি দেশে প্ৰশংসাৰে স্মৰণ কৰে। ভাৰতে ২০২০ চনত চৰকাৰী মুৰব্বী পৰিষদৰ লগতে ২০২৩ চনত ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠক দুখন আয়োজন কৰিছিল। এছচিঅ'য়ে আমাৰ বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে।

কাজাখস্তানৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে

June 25th, 06:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাজাখস্তানৰ ৰাষ্ট্ৰপতি মাননীয় শ্ৰীযুত কাছিম-জোমাৰ্ট টোকায়েভৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।