ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
February 21st, 07:16 pm
নতুন দিল্লীত ‘এছঅ’ইউএল লিডাৰশ্বিপ কনক্লেভ’ত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰ ভাষণৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।Prime Minister Narendra Modi to inaugurate first edition of the SOUL Leadership Conclave in Delhi
February 19th, 06:31 pm
Prime Minister Shri Narendra Modi will inaugurate the first edition of the SOUL Leadership Conclave on 21st February, at around 10:30 AM, at Bharat Mandapam, New Delhi. He will also address the gathering on the occasion. Prime Minister of Bhutan Dasho Tshering Tobgay will deliver the Keynote Address as the Guest of Honor.