Prime Minister condoles the demise of Thiru D. Gnanasundaram Ji
January 26th, 09:48 pm
The Prime Minister, Narendra Modi, has expressed deep grief over the demise of D. Gnanasundaram.নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।ৰমাকান্ত ৰথৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
March 16th, 02:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট কবি তথা পণ্ডিত ৰমাকান্ত ৰথৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু কয় যে ৰমাকান্ত ৰথ জীৰ ৰচনা, বিশেষকৈ কবিতা সমাজৰ সকলো শ্ৰেণীৰ মাজত ব্যাপক জনপ্ৰিয়।PM to inaugurate 98th Akhil Bharatiya Marathi Sahitya Sammelan on 21st February in Delhi
February 20th, 07:30 pm
Marathi was recently granted classical language status by the government. Taking this further and celebrating the rich culture and heritage of India, Prime Minister Shri Narendra Modi will inaugurate the 98th Akhil Bharatiya Marathi Sahitya Sammelan, on 21st February, at around 4:30 PM, at Vigyan Bhavan, New Delhi. He will also address the gathering on the occasion.Subramania Bharati Ji was ahead of his time: PM Modi
December 11th, 02:00 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati
December 11th, 01:30 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিবিদ তথা অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ ডঃ বিবেক দেবৰয়ৰ বিয়োগত শোক প্ৰকাশ কৰে
November 01st, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড° বিবেক দেবৰয়ৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 17th, 10:05 am
সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 17th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত কৌটিল্য অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিব
October 03rd, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নতুন দিল্লীৰ তাজ পেলেচ হোটেলত অনুষ্ঠিত হ’বলগীয়া কৌটিল্য অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।গুৱাহাটী, অসমত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 08:42 pm
খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত আপোনালোক সকলোৰে সৈতে যোগদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে এই খেলসমূহ। এই খেলসমূহৰ মেস্কট এটা পখিলা অষ্টলক্ষ্মী তৈয়াৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মই প্ৰায়ে ভাৰতৰ অষ্টলক্ষ্মী বুলি কওঁ। এই খেলসমূহত এটা পখিলাক মেস্কট কৰি তোলাটোও উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষাবোৰে কেনেদৰে নতুন ডেউকা পাবলৈ ধৰিছে তাৰ প্ৰতীক। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ চুক-কোণৰ পৰা অহা আপোনালোক সকলো খেলুৱৈয়ে গুৱাহাটীত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক ভৱিষ্যৎ ছবি সৃষ্টি কৰিছে। আপোনালোকে উঠিপৰি খেলক, কঠোৰভাৱে খেলক, নিজকে জয়ী কৰক...নিজৰ দলটোক জয়ী কৰক...আৰু হাৰিলেও টেনচন ল'বলগীয়া নাই। হাৰিলেও ইয়াৰ পৰা বহু কথা শিকি যাব।প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আয়োজিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সম্বোধন কৰে
February 19th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ভাষণ প্ৰদান। প্ৰধানমন্ত্ৰী মোদীয়ে পখিলাৰ আকৃতিৰঅষ্টলক্ষ্মী, অৰ্থাৎ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ শুভংকৰৰকথা উল্লেখ কৰে। প্ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক অষ্টলক্ষ্মীবুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই খেলসমূহত পখিলাটোক শুভংকৰ কৰি তোলাটোও উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে।“‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।Prime Minister condoles demise of Telugu, Sanskrit scholar, Shri Kandlakunta Alaha Singaracharyulu
August 14th, 09:35 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the demise of Telugu, Sanskrit scholar, Shri Kandlakunta Alaha Singaracharyulu.‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 07th, 04:16 pm
কেইদিনমান আগতে ‘ভাৰত মণ্ডপম’ৰ এক বিশাল উদ্বোধন কৰা হৈছে। আপোনালোকৰ বহুতেই চাগৈ আগতে ইয়ালৈ আহিছিল আৰু শিবিৰ স্থাপন কৰি নিজাকৈ একোখন পৃথিৱী স্থাপন কৰিছিল। আজি আপোনালোকে ইয়াত এখন পৰিৱৰ্তিত দেশৰ প্ৰতিচ্ছৱি দেখিবলৈ পাইছে। আৰু, আজি আমি এই ‘ভাৰত মণ্ডপম’ত ‘নেশ্যনেল হেণ্ডলুম ডে’’- ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰিছোঁ। ‘ভাৰত মণ্ডপম’ৰ এই বিশালতাত ভাৰতৰ হস্ততাঁত উদ্যোগেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুনৰ সৈতে প্ৰাচীনৰ এই সঙ্গমে আজিৰ ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰতে কেৱল ‘লোকেল’-ৰ প্ৰতিয়েই ‘ভোকেল’-ৰ ভূমিকা পালন কৰা নাই, বৰঞ্চ ইয়াক বিশ্বজোৰা কৰি তুলিবৰ বাবে এক গোলকীয় মঞ্চও প্ৰদান কৰিছে। অলপ আগতে মই কিছুসংখ্যক শিপিনী সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। সমগ্ৰ দেশৰ বহুতো হস্ততাঁত গোটৰ আমাৰ শিপিনী ভাই-ভনীসকল দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে। এই বিশাল অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ, মই আপোনালোকক অভিনন্দন জনাইছোঁ।নতুন দিল্লীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ প্ৰধানমন্ত্ৰীৰ
August 07th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰী ছ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
January 02nd, 09:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএমএমএল ছ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰে য’ত তেওঁ যুৱক-যুৱতীসকলৰ মাজত গৱেষণা, পাণ্ডিত্যক উৎসাহিত কৰা আৰু ইতিহাসক অধিক আকৰ্ষণীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ মাজত প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়ক অধিক জনপ্ৰিয় কৰি তোলাৰ বিষয়েও আলোচনা কৰে।সমসাময়িক সংস্কৃত পণ্ডিত, পণ্ডিত ৰেৱা প্ৰসাদ দ্বিবেদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
May 22nd, 04:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, পণ্ডিত ৰেৱা প্ৰসাদ দ্বিবেদীজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।