প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 12:00 pm

ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে

April 24th, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

Congress and its allies wasted 60 years of the country: PM Modi in Champaran, Bihar

May 21st, 11:30 am

PM Modi addressed a spirited public meeting in Champaran, Bihar, emphasizing the transformative journey India has undertaken under his leadership and the urgent need to continue this momentum. PM Modi highlighted the significant achievements of his government while exposing the failures of the opposition, particularly the INDI alliance.

PM Modi addresses public meetings in Champaran & Maharajganj, Bihar

May 21st, 11:00 am

PM Modi addressed spirited public meetings in Champaran and Maharajganj, Bihar, emphasizing the transformative journey India has undertaken under his leadership and the urgent need to continue this momentum. PM Modi highlighted the significant achievements of his government while exposing the failures of the opposition, particularly the INDI alliance.

ৰাজস্থানৰ মানগড় পাহাৰত 'মানগড় ধাম কী গৌৰৱ গাঁথা' শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অসমীয়া অনুবাদ

November 01st, 11:20 am

ৰাজস্থানৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলটজী, মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু জনজাতীয় সমাজৰ মহান নেতা শ্ৰী মংগুভাই পেটেল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং জী চৌহান, মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী শ্ৰী ফগ্গান সিং কুলস্তে জী, শ্ৰী অৰ্জুন মেঘৱালজী, বিভিন্ন সংগঠনৰ বিশিষ্ট ব্যক্তিত্বসকল, সাংসদ, বিধায়ক আৰু মোৰ পুৰণি বন্ধুসকল, জনজাতীয় সমাজৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা ভাতৃ মহেশজী আৰু মোৰ মৰমৰ জনজাতীয় ভাই-ভনীসকল যিসকল দূৰ-দূৰণিৰ পৰা মানগড় ধামলৈ আহিছে।

‘মংগৰ ধাম কী গৌৰৱ গাথা’ৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

November 01st, 11:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মনগড় ধাম কি গৌৰৱ গাথা' নামৰ এক ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ অখ্যাত জনজাতীয় নায়ক আৰু শ্বহীদসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ধুনি দৰ্শন কৰে আৰু গোবিন্দ গুৰুৰ প্ৰতিমূৰ্তিলৈ পুষ্পাঞ্জলি জ্ঞাপন কৰে

কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

March 23rd, 06:05 pm

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!

শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

March 23rd, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।

জাৰ্মানৰ চেঞ্চেলৰৰ সৈতে গান্ধী স্মৃতি দৰ্শন প্ৰধানমন্ত্ৰীৰ

November 01st, 07:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানৰ চেঞ্চেলৰ ড০ এঞ্জেলা মাৰ্কেলৰ সৈতে নতুন দিল্লীস্থিত গান্ধী স্মৃতি দৰ্শন কৰে৷

মহাত্মা গান্ধীৰ ঐতিহ্যক সোঁৱৰণ

January 31st, 02:06 am

মহাত্মা গান্ধী তেওঁৰ জীৱনকালৰ দৰেই এতিয়াৰ সময়তো প্ৰাসংগিক হৈ আছে বুলি মই বিশ্বাস কৰোঃ শ্ৰী নৰেন্দ্ৰ মোদী

Swadeshi was a weapon in the freedom movement, today handloom has become a huge weapon to fight poverty: PM Modi

January 30th, 04:30 pm

PM Modi dedicated the National Salt Satyagraha Memorial to the nation in Dandi, Gujarat. PM Modi while addressing the programme, remembered Gandhi Ji’s invaluable contributions and said, “Bapu knew the value of salt. He opposed the British to make salt costly.” The PM also spoke about Mahatma Gandhi’s focus on cleanliness and said, “Gandhi Ji chose cleanliness over freedom. We are marching ahead on the path shown by Bapu.”

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিলে গুজৰাটৰ দাণ্ডীৰ ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰ

January 30th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে গুজৰাটৰ নভছাৰি জিলাৰ দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক মুকলি কৰি ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷

UDAN has immensely helped to boost air connectivity in India: PM Modi

January 30th, 01:30 pm

Inaugurating the new terminal building of Surat Airport, PM Narendra Modi reiterated the Centre’s commitment to enhance ease of living as well as ease of doing business in the country. Highlighting NDA government’s focus on strengthening infrastructure and connectivity, the PM said that due to the UDAN Yojana, citizens were being benefitted as several airports were either being upgraded or extended throughout the country.

আজি ছুৰাটত উপস্থিত প্ৰধানমন্ত্ৰ

January 30th, 01:30 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুৰাট ভ্ৰমণ কৰে৷ ছুৰাটত তেওঁ ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ জৰিয়তে ছুৰাট আৰু দক্ষিণ গুজৰাট অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷

২০১৯ত ভাৰতে প্ৰগতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক আৰু গৌৰৱৰ নতুন শিখৰত উপনীত হওকঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

December 30th, 11:30 am

মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃতভাৱে বৰ্ণনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১৮ত ভাৰতৰ সফলতাৰ কথা দোঁহৰাৰ লগতে দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷ ভাষণ কালত প্ৰধানমন্ত্ৰীয়ে প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া কুম্ভ মেলাৰ সন্দৰ্ভত সদৰি কৰি গুৰু গোৱিন্দ সিং জী, মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ পবিত্ৰ চিন্তাধাৰা আৰু শিক্ষাৰ কথাও দোঁহাৰে৷

Key points from Prime Minister’s address to the nation on Independence Day

August 15th, 09:33 am

Addressing the nation from the ramparts of the Red Fort, PM Narendra Modi greeted people on Independence Day and said that the country was filled with confidence and scaling new heights. He said that from being seen as among the fragile five, India was now the land of reform, perform and transform and the country was poised for record economic growth.

লালকিল্লাৰ আবেষ্টনীৰ পৰা ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী ভাষণ

August 15th, 09:30 am

৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ আবেষ্টনীৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।