সেৱা তীৰ্থত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপটেক ষ্টাৰ্টআপৰ চি ই অ’ৰ সৈতে ঘূৰণীয়া মেজমেলৰ আয়োজন প্ৰধানমন্ত্ৰীৰ

February 20th, 12:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত সেৱা তীৰ্থত এআই আৰু ডিপটেক ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হয়।